• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী; ৬ জনৰ সলিল সমাধি, এজনক উদ্ধাৰ স্থানীয় লোকৰ

গাড়ীখন নদীত পৰি যোৱাৰ শব্দ আৰু যাত্ৰীসকলৰ চিঞৰ-বাখৰ শুনি প্ৰথমে স্থানীয় ৰাইজে লৰালৰিকৈ তালৈ আহে। গাড়ীখনৰ লগতে উটি যোৱা লোককেইজনক উদ্ধাৰ কৰিবলৈ স্থানীয় একাংশ লোকে পানীত জাপ দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 19, 2026 11:57 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ আৰৰিয়া জিলাৰ তাৰাবাৰী থানা এলেকাত বুধবাৰে মাজ নিশা এখন দ্ৰুতবেগী গাড়ী নিয়ন্ত্রণ হেৰুৱাই বিডি দলঙৰ ৰেলিং ভাঙি পানীত বাগৰি পৰে৷ পানীত ডুবি মৃত্যু হয় ছয়জন যাত্ৰীৰ। এজনক স্থানীয় লোকে উদ্ধাৰ কৰে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গাড়ীখন নদীত পৰি যোৱাৰ শব্দ আৰু যাত্ৰীসকলৰ চিঞৰ-বাখৰ শুনি প্ৰথমে স্থানীয় ৰাইজে লৰালৰিকৈ তালৈ আহে। গাড়ীখনৰ লগতে উটি যোৱা লোককেইজনক উদ্ধাৰ কৰিবলৈ স্থানীয় একাংশ লোকে পানীত জাপ দিয়ে।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্মীসকলে সেই স্থানলৈ গৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে। গাড়ীখনত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰি ক্ষীপ্ৰতাৰে আৰাৰিয়া সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰাথমিক পৰীক্ষাৰ অন্তত চিকিৎসকে ৬ জন লোকক মৃত ঘোষণা কৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন যাত্ৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত কেইজন হৈছে গাড়ীৰ চালক কুন্দন কুমাৰ (২৬), যশ কুমাৰ (১৫), আদিত্য আনন্দ (১৮), আৰিয়ান (১৫), সৌৰভ (১৬) আৰু মুন্না কুমাৰ (১৪)। আটাইকেইজনে সুপৌল জিলাৰ পিপৰা ব্লকৰ থুম্হা গাঁৱৰ বাসিন্দা।

আৰয়াৰিয়াৰ ছিকিতিৰ ভপটীয়া গাঁৱত জোৰণ অনুষ্ঠানৰ পৰা কইনাৰ পৰিয়ালে স্কৰপিঅ’ গাড়ীৰে ঘৰলৈ উভতি আহিছিল। বিডি দলঙৰ পাক লোৱাৰ সময়তে স্ক’ৰপিঅ’ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই মাৰিয়া নদীত বাগৰি পৰে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে থুম্হা গাঁৱত শোকৰ ছাঁ নামি আহে। তাৰাবাৰী আৰক্ষী থানাই জনোৱা মতে, দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। প্ৰথম অৱস্থাত তীব্ৰ গতিৰ বাবে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন নদীত বাগৰি পৰাৰ সন্দেহ কৰে। আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী; ৬ জনৰ সলিল সমাধি, এজনক উদ্ধাৰ স্থানীয় লোকৰ

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী; ৬ জনৰ সলিল সমাধি, এজনক উদ্ধাৰ স্থানীয় লোকৰ

November 19, 2026 11:57 am
নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

November 19, 2026 10:48 am
পুনৰ ৰাজনৈতিক হিংসাত উত্তাল বাংলাদেশ! ইউনুছৰ ঘৰত অগ্নিসংযোগ; বহু স্থানত বিস্ফোৰণ, কি পৰিস্থিতি?

পুনৰ ৰাজনৈতিক হিংসাত উত্তাল বাংলাদেশ! ইউনুছৰ ঘৰত অগ্নিসংযোগ; বহু স্থানত বিস্ফোৰণ, কি পৰিস্থিতি?

November 19, 2026 8:56 am
‘জন্মসূত্ৰে নহ’লেও সন্তান সন্তানেই’, চৰকাৰী নথিত ‘দত্তক’ লিখা বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে

‘জন্মসূত্ৰে নহ’লেও সন্তান সন্তানেই’, চৰকাৰী নথিত ‘দত্তক’ লিখা বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে

November 19, 2026 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী; ৬ জনৰ সলিল সমাধি, এজনক উদ্ধাৰ স্থানীয় লোকৰ

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী; ৬ জনৰ সলিল সমাধি, এজনক উদ্ধাৰ স্থানীয় লোকৰ

November 19, 2026 11:57 am
নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

November 19, 2026 10:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd