• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীলংকাক দেখি শিক্ষা লওক নেপালে; চীন সম্পৰ্কত কাঠমাণ্ডুক সতৰ্ক কৰি দিলে বিপিন ৰাৱাটে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 1:34 pm
army-fb_022318063236

চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ সৈতে ঘনিষ্ঠতা গঢ়ি তোলাৰ পূৰ্বে নেপালে শ্ৰীলংকাৰ পৰা শিক্ষা লওক। ভাৰ্চুৱেল এক অনুষ্ঠানত এইদৰে কাঠমাণ্ডুক চিন্তা-চৰ্চা কৰি পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ালে ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে।

বৃহস্পতিবাৰে ৰাৱাটে কয় যে ভাৰতে নেপালৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত কোনো অস্পষ্টতা ৰখা নাই। হিমালয়ৰ এই দেশখনক সকলোধৰণৰ সহায় নিস্বাৰ্থভাৱে আগবঢ়াই আহিছে। আন দেশৰ সৈতে নেপালৰ সম্পৰ্কক লৈ নতুন দিল্লীয়ে কোনো হস্তক্ষেপো কৰা নাই।

তেওঁ কয় যে আন্তৰ্জাতিক সম্পৰ্ক স্থাপনৰ দিশত কাঠমাণ্ডুৱে স্বতন্ত্ৰভাৱে সিদ্ধান্ত ল’ব পাৰে। কিন্তু এছিয়াৰ এই অঞ্চলত শ্ৰীলংকা আৰু আন দেশসমূহৰ ইখনৰ সৈতে সিখনে কি চুক্তিত স্বাক্ষৰ কৰিছে সেয়া চাই নেপালে শিক্ষা লোৱা উচিত।

বিগত কিছুদিন ধৰি সীমান্তক লৈ ভাৰত-নেপালৰ মাজত সংঘাত আৰম্ভ হৈছে। ইয়াৰ সমাধান সূত্ৰ উলিয়াবলৈ বিগত দুটা মাহত ভাৰতীয় চোৰাংচোৱা সংস্থা RAWৰ মুৰব্বী শ্যামন্ত কুমাৰ গোয়েল, বিদেশ সচিব হৰ্ষবৰ্ধন শিংলা আৰু সেনা প্ৰধান মনোজ মুকুন্দ নাৰাৱনেই নতুন দিল্লীৰ পৰা কাঠমাণ্ডু ভ্ৰমণ কৰিছে।

এই ব্যক্তিসকলে তাত গৈ নেপালৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত কৰাৰ দিশত বিভিন্ন আলোচনাত মিলিত হৈছিল। ইয়াৰ ফলশ্ৰুতিতে চলিত মাহতে নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ কুমাৰ গেওৱালিয়ে ভাৰত ভ্ৰমণলৈ আহিব।

এনে এক মুহূৰ্ত চীনৰ সৈতে নেপালৰ ঘনিষ্ঠতা বৃদ্ধিৰ প্ৰচেষ্টা নেতিবাচক হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে ৰাৱাটে।

ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ ৰাৱাটে অভিযোগ কৰে যে চীনে আন দেশশমূহক আৰ্থিক ঋণ প্ৰদান কৰি নিজৰ জালত ফঁচাবলৈ চেষ্টা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd