• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়ালৈ গৈ ভেকচিন ল’বৰ মন আছে নেকি? দিল্লীৰ এটা পৰ্যটন সংস্থাৰ অভিনৱ উদ্যোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2021 8:54 pm
283
VIEWS
Share on FacebookShare on Twitter

ইচ্ছুক ব্যক্তিয়ে বিদেশলৈ গৈ ভেকচিন গ্ৰহণ কৰিব পাৰিব।

লগতে দুয়ো পালি টিকাৰ মাজৰ সময়ৰ ব্যৱধানত দেশখন ভ্ৰমণো কৰিব পৰা যাব।

এনে এক অভিনৱ প্ৰস্তাৱ আগবঢ়াইছে দিল্লীৰ এটা পৰ্যটন সংস্থাই।

ইতিমধ্যে ৰাছিয়াত নিৰ্মিত কোভিড ভেকচিন স্পুটনিক ভি-ৰ ব্যৱহাৰ ভাৰতত আৰম্ভ হৈছে।

ভেকচিনবিধৰ প্ৰতি মানুহৰ উৎসাহো পৰিলক্ষিত হৈছে।

ভাৰতীয়ৰ মাজত স্পুটনিক-ভিৰ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ এটা পৰ্যটন সংস্থাই এটা পেকেজ ট্যুৰৰ সুযোগ আনি দিছে।

সেই অনুসৰি আগ্ৰহী লোকক ৰাছিয়াৰ মস্কোলৈ লৈ যোৱা হ’ব।

২৪ দিনীয়া এই ভ্ৰমণকালত ভেকচিনৰ লগতে পৰ্যটনৰো ব্যৱস্থা ৰখা হৈছে।

ইয়াৰ বাবে একোজন লোকে খৰচ কৰিব লাগিব ১ লাখ ৩০ হাজাৰ টকা।

পৰ্যটন সংস্থাটোৱে জনোৱামতে, মস্কোত গৈ পোৱাৰ পাছৰ দিনটোতে ভেকচিনৰ ব্যৱস্থা কৰা হ’ব।

ইতিমধ্যে ১৫ মে’ত ৩০ জনীয়া এটি দলক মস্কোলৈ লৈ যোৱা হৈছে।

ইয়াৰ বেছিভাগেই গুৰুগ্ৰামৰ চিকিৎসক।

পৰ্যটন সংস্থাটোৱে জনোৱামতে, দলটোৰ ভেকচিন প্ৰদান হৈ গৈছে।

২৯ মে’ তাৰিখে আন এটা দলক পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে।

এই দলটোত আছে দিল্লীৰ কেইবাজনো চিকিৎসক।

পৰ্যটন সংস্থাটোৱে জনোৱামতে, প্ৰথম তিনি দিন চেইণ্ট পিটাৰ্ছবাৰ্গত থাকিব দলটো।

বাকী দিনসমূহ মস্কোতে কটোৱাৰ ব্যৱস্থা কৰা হৈছে।

এইক্ষেত্ৰত যাত্ৰীসকলৰ কেৱল আৰপিটিচিআৰ নিগেটিভ ৰিপ’ৰ্ট থাকিলেই হ’ব।

আপোনাৰো যদি মন আছে, তেনেহ’লে বুকিং কৰি লওক এই সুযোগৰ!

Recent News

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

ৰে’লৰ ডবাত স্থাপন কৰা হ’ব চিচিটিভি কেমেৰা! সম্পন্ন হ’ল সফল পৰীক্ষণ

ৰে’লৰ ডবাত স্থাপন কৰা হ’ব চিচিটিভি কেমেৰা! সম্পন্ন হ’ল সফল পৰীক্ষণ

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd