• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ অত্যাধুনিক চিকিৎসালয়ত অক্সিজেনৰ অভাৱত চিকিৎসকসহ ১২ গৰাকী ৰোগীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2021 7:22 pm
del

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাই মহা সংহাৰৰ সৃষ্টি কৰা দেশৰ ৰাজধানী চহৰ দিল্লীত আজি অক্সিজেনৰ অভাৱতে চিকিৎসকসহ ১২  গৰাকী ৰোগীৰ মৃত্যু ঘটে।

কোভিডে মৃত্যু উপত্যকাত পৰিঁণত কৰা দিল্লীত আজি অত্যাধুনিক চিকিৎসালয় হিচাবে পৰিচিত বাট্ৰা হস্পিতালত অক্সিজেনৰ অভাৱতে লোক কেইজনে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়।

বাট্ৰা হস্পিতালৰ কাৰ্যবাহী সঞ্চালক ডাঃ  শুধাংশু বংকাটাই প্ৰকাশ কৰা মতে প্ৰয়োজনীয় সময়ত অক্সিজেনৰ যোগান ধৰিব নোৱাৰাৰ বাবেই চিকিৎসকসহ ৰোগী ১২ গৰাকীৰ মৃত্যু ঘটে।

অক্সিজেনৰ অভাৱত মৃত্যু ঘটা চিকিৎসকগৰাকী হৈছে ডাঃআৰ কে হিমথানি। কিছুদিন পূৰ্বে তেঁৱো কোভিডত আক্ৰান্ত হৈছিল। ইপিনে কোভিড পৰিস্থিয়ে জটিল ৰূপ ধাৰণ কৰা নতুন দিল্লীত আজিৰে পৰা পুনৰ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰা হৈছে।

কৰ’নাৰ দ্বিতীয়টো ঢৌত বিপৰ্যস্ত হৈ পৰিছে দিল্লীৰ পৰিস্থিতি। অক্সিজেনৰ অভাৱত বহু ৰোগীৰ মৃত্যু ঘটিছে।

অৱশ্যে শেহতীয়াকৈ বাহিৰৰ ৰাজ্যৰ পৰা দিল্লীলৈ অক্সিজেনৰ সৰবৰাহ বঢ়াই তোলাৰ ফলত ৰাজ্য খনত অক্সিজেনৰ অভাৱ বহু পৰিমাণে দূৰ হৈছে।

দিল্লী চৰকাৰে এনে পৰিস্থিতিত অক্সিজেনৰ সৰবৰাহৰ প্ৰতি দৃষ্টি ৰাখিবলৈ নতুন প’ৰ্টেল মুকলি কৰিছে।

আজি উচ্চতম ন্যায়ালয়ে দিল্লীক অক্সিজেন যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm
অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

September 20, 2025 12:30 pm
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

বাৰে বাৰে কৈ আছিল জুবিনে, “মই নাযাওঁ” : জোৰ কৰি লৈ গৈছিল শ্যামকানুৱে, দুদিন খোৱা নাছিল কেইবাটাও টেবলেট

September 20, 2025 12:14 pm
‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm
অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

September 20, 2025 12:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd