• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুত্ৰৰ পাছপ’ৰ্টৰ পৰা পিতৃৰ নাম আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ; গোচৰত জিকিল ‘ছিংগল মাডাৰ’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 2, 2023 10:22 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

5.6k
VIEWS
Share on FacebookShare on Twitter

অকলশৰীয়া মাতৃ হিচাপে পুত্ৰক ডাঙৰ-দীঘল কৰিছে। সন্তানটো অলপ ডাঙৰ হোৱাৰ পাছতেই আদালতৰ দ্বাৰস্থ হৈছিল। তেওঁৰ বক্তব্য আছিল যে পুত্ৰৰ জন্মৰ আগতেই পিতৃয়ে তেওঁক এৰি থৈ গৈছে। এনে অৱস্থাত ‘ছিংগল মাডাৰ’গৰাকীয়ে পুত্ৰৰ পাছপ’ৰ্টৰ পৰা পিতৃৰ নাম আঁতৰাবলৈ অনুৰোধ জনাইছিল।

অভিযোগকাৰীৰ বক্তব্য আছিল যে পিতৃয়ে পুত্ৰৰ জন্মৰ আগতেই গুচি যোৱাই নহয়, জন্মৰ পিছতো কোনো দায়িত্ব ল’ব নিবিচাৰিলে। সেয়ে, নাবালক পুত্ৰৰ পাছপ’ৰ্টত যাতে পিতৃৰ নাম নাথাকে তাৰ বাবে আবেদন জনাইছিল মাতৃয়ে। সেই গোচৰত তেওঁ জয়ী হৈছে।

লগতে পঢ়ক: পোহনীয়া কুকুৰে কামুৰিলে এইবাৰ ১০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব গৰাকীয়ে! ক’ত জানেনে?

সূত্ৰ অনুসৰি, দিল্লী উচ্চ ন্যায়ালয়ে অকলশৰীয়া মাতৃগৰাকীৰ পক্ষত ৰায় দিছে। ন্যায়াধীশ প্ৰতিভা এম সিঙে সকলো দিশ পৰীক্ষা কৰি পুত্ৰৰ পাছপ’ৰ্টৰ পৰা পিতৃৰ নাম আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

বাতৰি অনুসৰি, ন্যায়াধীশগৰাকীয়ে কয় যে এই গোচৰত পিতৃয়ে পুত্ৰক সম্পূৰ্ণৰূপে এৰি থৈ গৈছে। আদালতে কয় যে কিছুমান ক্ষেত্ৰত পিতৃৰ নাম আঁতৰাব পাৰি। উপাধিও সলনি কৰিব পাৰি।

লগতে পঢ়ক: জি এছ টি সংগ্ৰহত অভিলেখ; ৰাজ্যসমূহৰ পৰা এমাহত কেন্দ্ৰৰ জোলোঙাত সোমাল বৃহৎ ৰাজহ

ন্যায়াধীশে গোচৰটো পৰ্যবেক্ষণ কৰি পাছপ’ৰ্ট কৰ্তৃপক্ষক পিতৃৰ নাম আঁতৰাই অভিযোগকাৰী অকলশৰীয়া মাতৃগৰাকীৰ পুত্ৰৰ বাবে নতুন পাছপ’ৰ্ট প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।

Recent News

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd