• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি এছ টি সংগ্ৰহত অভিলেখ; ৰাজ্যসমূহৰ পৰা এমাহত কেন্দ্ৰৰ জোলোঙাত সোমাল বৃহৎ ৰাজহ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 2, 2023 9:24 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত এমাহত কেন্দ্রত অভিলেখ পৰিমাণৰ জি এছ টি জমা হৈছে৷ সোমবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি এই কথা ঘোষণা কৰে।

জানিব পৰা মতে চলিত বৰ্ষৰ এপ্ৰিল মাহত কেন্দ্ৰটোৱে ১.৮৭ লাখ কোটি জি এছ টি সংগ্ৰহ কৰিছে। যোৱা মাহত সংগ্ৰহ কৰা জি এছ টিৰ পৰিমানে মাহেকীয়া হিচাপৰ ক্ষেত্ৰত ইতিহাস ৰচনা কৰিছে। এই অভিলেখ স্থাপনৰ বাবে টুইট কৰি দেশবাসীক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

২০২২ চনৰ এপ্ৰিল মাহতো জি এছ টিৰ পৰিমাণৰ ক্ষেত্ৰত এক অভিলেখ গঢ়ি তুলিছিল। সেই মাহত কেন্দ্ৰই মুঠ ১.৬৮ লাখ কোটি টকা জি এছ টি সংগ্ৰহ কৰিছিল। এবছৰৰ ভিতৰত কৰ সংগ্ৰহৰ পৰিমাণ প্ৰায় ১২ শতাংশ বৃদ্ধি পাইছে।

Apply Now

লগতে পঢ়ক: পঢ়া-শুনাত একেবাৰে মন নবহে? চাণক্যৰ মতে এই ৪টা ভুলৰ বাবেই ছাত্ৰ জীৱনত অসম্পূৰ্ণ হৈ ৰয় সফলতা

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম মাহত জি এছ টিৰ পৰিসংখ্যাই সকলো অভিলেখ ভংগ কৰিছে। দেশৰ ভিতৰতে বাণিজ্যিক লেনদেনৰ ক্ষেত্ৰত জি এছ টিৰ পৰিসংখ্যা ১৬ শতাংশ বৃদ্ধি পাইছে।

কেন্দ্ৰৰ বিবৃতি অনুসৰি ২০২৩ চনৰ এপ্ৰিল মাহত ৪৫ হাজাৰ কোটি চিজিএছটি জমা হৈছে। SGSTৰ জৰিয়তে কেন্দ্ৰই লাভ কৰিছে ৩৭ হাজাৰ কোটি টকা।

কেৱল মাহেকীয়া নহয়, ২০২৩ চনৰ এপ্ৰিল মাহত দৈনিক জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰতো অভিলেখ গঢ়িছে। কেন্দ্ৰৰ বিবৃতি অনুসৰি যোৱা ২০ এপ্ৰিলত জি এছ টিৰ বাবে মুঠ ৬৮ কোটি ২২৮ টকা সংগ্ৰহ কৰা হৈছে। সেইদিনা ৯ কোটি ৮০ লাখ কৰদাতাই দাখিল কৰিছিল জি এছ টি। ২০২২ চনৰ একেদিনাই এই কৰৰ পৰিমাণ আছিল ৫৭ হাজাৰ ৮৪৬ কোটি।

লগতে পঢ়ক: অচেতন হৈ পৰিল চলন্ত বাছৰ চালক : ৬৬ টা শিশুৰ প্ৰাণ ৰক্ষা কৰিলে সপ্তম শ্ৰেণীৰ ‎ছাত্ৰই

অভলেখ গঢ়াৰ দিনটোত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়, ‘ভাৰতীয় অৰ্থনীতিৰ বাবে ভাল খবৰ। কৰ হাৰ কম হোৱাৰ পিছতো ইমান বৃহৎ পৰিমাণৰ জি এছ টি সংগ্ৰহ কৰা এইটোৱেই আটাইতকৈ ডাঙৰ সফলতা।”

Great news for the Indian economy! Rising tax collection despite lower tax rates shows the success of how GST has increased integration and compliance. https://t.co/xf1nfN9hrG

— Narendra Modi (@narendramodi) May 1, 2023

ৰাজ্য হিচাপে মহাৰাষ্ট্ৰত সৰ্বাধিক জি এছ টি সংগ্ৰহ হৈছে। দ্বিতীয় স্থানত আছে কৰ্ণাটক। আগন্তুক মাহত জি এছ টি সংগ্ৰহৰ পৰিমাণ পূৰ্বতকৈ অধিক বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd