• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ লকডাউন ১৪ এপ্ৰিলতকৈ বঢ়াই দিয়া হ’ব পাৰে

দিল্লীৰ উপ মুখ্য মন্ত্ৰী মনীষ চিচ’দিয়াৰ মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 7:32 pm
5 persons test COVID-19 positive in Assam on Thursday

প্ৰতিনিধিত্বমূলক ফটো

877
VIEWS
Share on FacebookShare on Twitter

বৰ্তমানৰ পৰিস্থিতি বাহাল থাকিলে দিল্লীত ১৪ এপ্ৰিলৰ পিছলৈকে লকডাউন বৃদ্ধি কৰা কৰা হ’ব পাৰে।

দিল্লীৰ উপ মুখ্য মন্ত্ৰী মনীষ চিচ’দিয়াই কৰিছে এই মন্তব্য।

অহা এসপ্তাহত দিল্লীৰ পৰিস্থিতি আগতীয়াকৈ পূৰ্বানুমান কৰিবলৈ অস্বীকাৰ কৰি মন্ত্ৰীজনে এই মন্তব্য কৰিছে।

“পৰিস্থিতি যদি বাহাল থাকে লকডাউন বঢ়াই দিয়াৰ এক প্ৰয়োজন থাকিব পাৰে কাৰণ ঘটনাসমূহ বাঢ়ি আছে।…মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীয়ে সাধাৰণ ৰাইজৰ স্বাৰ্থত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব,” চিচ’দিয়াৰ মন্তব্যৰে আপৰ টুইট।

কৰ’নাভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে দিল্লীৰ ২৩টা ঠাইত লকডাউন কঠোৰ কৰি দিয়া হৈছে।

ৰাজধানী দিল্লীত এতিয়ালৈকে ৬৬৯ গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে। ২১ জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে নজন মৃত্যুমুখত পৰিছে।

ইতিমধ্যেই ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে ওড়িছা চৰকাৰে ৩০ এপ্ৰিললৈকে লকডাউনৰ সীমা বৃদ্ধি কৰিছে।

ওড়িছাত শিক্ষানুষ্ঠানসমূহ ১৭ জুনলৈকে বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যখনে ৩০ এপ্ৰিললৈকে ৰেল আৰু বিমান সেৱা মুকলি নকৰিবলৈ কেন্দ্ৰক অনুৰোধ কৰিছে।

তেলেংগানা চৰকাৰেও কেন্দ্ৰক লকডাউন বঢ়াই দিবলৈ অনুৰোধ কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ এপ্ৰিলত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য মন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত মিলিত হ’ব।

সেই বৈঠকৰ পিছতে ১৪ এপ্ৰিললৈকে থকা দেশজোৰা লকডাউন সন্দৰ্ভত প্ৰধান মন্ত্ৰী এক চূড়ান্ত সিদ্ধান্তলৈ আহিব বুলি ধাৰণা কৰা হৈছে।

Tags: COVID-19

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd