• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৃশংস:! মাত্ৰ ৩ হাজাৰ টকাৰ বাবে দিল্লীত দিন-দূপৰতে যুৱকক ছুৰিকাঘাত কৰি হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2023 9:18 pm
Murder on camera
12.3k
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানীত দিন-দূপৰতে অন কেমেৰা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। মাত্ৰ ৩ হাজাৰ টকাক কেন্দ্ৰ কৰি হোৱা বিবাদৰ পৰিণতিত হত্যাৰ বলি হৈছে এগৰাকী যুৱক। দক্ষিণ দিল্লীৰ তিগ্ৰী অঞ্চলত এই হত্যাকাণ্ড সংঘটিত হৈছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই নৃশংস ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত এগৰাকী যুৱকে এখন দোকানৰ বাহিৰত বাৰে বাৰে আন এগৰাকী যুৱকক ছুৰীৰে আঘাত কৰা দেখা পোৱা গৈছে।

নিহত যুৱকগৰাকীক ইউছুফ বুলি চিনাক্ত কৰা হৈছে। আনহাতে হত্যাত অভিযুক্ত যুৱকগৰাকীৰ নাম শ্বাহৰুখ বুলি জানিব পৰা গৈছে। ছুৰিকাঘাতত গুৰুতৰভাৱে আহত ততাতৈয়াকৈ ইউছুফক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ইউছুফৰ পিতৃ চাহিদ আলীয়ে আৰক্ষীক জনোৱা মতে, তিনি-চাৰি দিন পূৰ্বে তেওঁৰ পুত্ৰক শ্বাহৰুখ নামৰ যুৱকগৰাকীয়ে আৰ্থিক বিষয়ক লৈ ভাবুকি দি আহিছিল।

তেওঁৰ ভাষ্য মতে, ইউছুফে শ্বাহৰুখৰ পৰা ৩ হাজাৰ টকাৰ ঋণ লৈছিল আৰু এই ধনৰাশি ঘূৰাই দিবলৈ সঘনে ভাবুকি দি আহিছিল শ্বাহৰুখে। এই ধনৰ বাবেই ইউছুফক হত্যা কৰা বুলি তেওঁ লগতে দাবী কৰে।

ইফালে ইউছুফক এইদৰে ছুৰীৰে আঘাত কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকসকলে অভিযুক্ত শ্বাহৰুখক প্ৰহাৰ কৰে। গণপ্ৰহাৰত আহত শ্বাহৰুখকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনা সন্দৰ্ভত হত্যাৰ বলি হোৱা ইউছুফৰ পিতৃৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হ’ব বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰে।

Recent News

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd