• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

নৰ্থ-ইষ নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ নাও ডেস্ক, গুৱাহাটী
May 17, 2025 6:45 am
1.2k
VIEWS
Share on FacebookShare on Twitter

আজিকালি উচ্চ ৰক্তচাপ এটা সাধাৰণ সমস্যা। জীৱন শৈলীৰ বাবে এটা বয়সৰ পৰা প্ৰায় সকলো লোকেই উচ্চ ৰক্তচাপত ভুগিবলৈ লৈছে। গতিকে, উচ্চ ৰক্তচাপ (Hypertension) থকা লোকে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱা জৰুৰী। তলত কি খাব আৰু কি নাখাব তাৰ বিষয়ে তথ্য দিয়া হৈছে:

 খাবলগীয়া খাদ্য:

১. শাক-পাচলি:

   – পালেং শাক, বিলাহী, ব্ৰকলি, গাজৰ, কোমোৰা আদি পটাছিয়াম সমৃদ্ধ শাক-পাচলি।

২. ফল-মূল:

   – কল, কমলা, আপেল, নাচপতি, বগৰী, ডালিম আদি।

৩. গোটা শস্য:

   – ওটছ, বুট, মগু, ঘেঁহুৰ আটাৰ ৰুটি আদি ফাইবাৰ সমৃদ্ধ খাদ্য।

৪. প্ৰটিনৰ উৎস:

   – চৰ্বিহীন মাংস (মুৰ্গীৰ বুকুৰ অংশ), ৰৌ-বাহু-কুঁহি-মিৰিকা আদি মাছ ।

৫. কম চৰ্বিযুক্ত দুগ্ধজাত দ্ৰব্য:

   – কম চৰ্বিযুক্ত দৈ আৰু পনীৰ।

৬. স্বাস্থ্যকৰ তেল:

   – জলফাই তেল, কম পৰিমাণে খাটি মিঠাতেল।

৭. পানী আৰু হাৰ্বেল চাহ:

   – প্ৰচুৰ পানী খাওক, চেনী নোহোৱাকৈ গ্ৰীণ টি খাওক।

 নাখাবলগীয়া খাদ্য:

১. অত্যধিক নিমখযুক্ত খাদ্য যেনে চিপছ, নুডলছ, ফাষ্ট ফুড, আচাৰ আদি।

2. চেনীযুক্ত খাদ্য আৰু পানীয় নাখাব।

৩. চৰ্বিযুক্ত মাংস বা ৰঙা মাংস নাখাব। যেনে হাঁহ, ছাগলী, গৰু আদি।

৪.  ভজা খাদ্য, ফাষ্ট ফুড, মাখন, ঘিঁ আদি নাখাব।

৫.  কফি, এনাৰ্জি ড্ৰিংকছৰ পৰা আঁতৰি থাকক।

৬ . মদ, বিয়েৰ আদি সম্পূৰ্ণৰূপে বাদ দিয়ক বা সীমিত কৰক।

ডাক্তৰৰ পৰামৰ্শ অনুসৰি খাদ্যাভ্যাস পৰিচালনা কৰক।

Recent News

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd