• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গতি বিনে গতি নাই! চিৰাজৰ গতিত চকু দিল্লী আৰক্ষীৰ; জৰিমনা বিহিব নেকি ভাৰতীয় পেচাৰক?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 18, 2023 9:45 am
38.2k
VIEWS
Share on FacebookShare on Twitter

তেওঁৰ গতিবেগে প্ৰতিপক্ষক ধৰাশায়ী কৰিলে। ফিল্ডত জুই লগাই দিছে। প্ৰথম চাৰি অভাৰতে বুজাই দিছে খেলৰ ফলাফল কি হ’ব? এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে মহম্মদ চিৰাজে ২১ ৰানত ৬টা উইকেট দখল কৰে। তেওঁৰ গতি দেখি আনন্দিত হৈ পৰিছে দিল্লী আৰক্ষী। সেয়ে , তেওঁলোকে কৈছে যে গতিৰ বাবে ছিৰাজক জৰিমনা নিবিহে। আগন্তুক দিনতো ছিৰাজে এনেদৰে দুৰন্ত গতিৰে বলিং কৰক, তেওঁলোকে সেইটোৱে বিচাৰে।

শ্ৰীলংকাৰ বিৰুদ্ধে ছিৰাজে কৰা বলিঙৰ পিছত দিল্লী আৰক্ষীয়ে এক্স (পূৰ্বৰ-টুইটাৰ)ত লিখিছে যে, “গতিৰ বাবে ছিৰাজৰ চালান (জৰিমনা) কটা নাযাব”। দিল্লী আৰক্ষীয়ে ছিৰাজৰ বিষয়ে দিয়া এইটো এটা ধেমেলীয়া পোষ্ট।

লগতে পঢ়ক: বিৰোধীৰ অভিযোগত উত্তপ্ত সৰ্বদলীয় বৈঠক; মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবী

শ্ৰীলংকাৰ বিৰুদ্ধে চিৰাজ মেন অৱ দ্য মেচ হিচাপে পৰিগণিত হয়। তেওঁ খেলখনত জয়ী হৈ ৪ লাখ ১৫ হাজাৰ টকা লাভ কৰে। চিৰাজে গোটেই পুৰস্কাৰৰ ধন ঘূৰাই দিলে। সেই ধন তেওঁ কলম্বোৰ ফিল্ডৰ কৰ্মীসকলক দিলে। ভাৰতীয় বলাৰগৰাকীৰ মতে, বৰষুণৰ মাজত খেলাটো ফিল্ড ষ্টাফৰ বাবে সম্ভৱ হৈছিল। গতিকে সিৰাজে নিজৰ পুৰস্কাৰৰ ধন তেওঁলোকৰ হাতত তুলি দিলে।

খেলখনৰ শেষত ছিৰাজে কয়, “কলম্বোৰ ফিল্ড ৱৰ্কাৰসকল এই বঁটাৰ যোগ্য। তেওঁলোকৰ অবিহনে এই প্ৰতিযোগিতা আয়োজন কৰিব পৰাই নগ’লহেঁতেন। গতিকে এই ধন তেওঁলোকৰ হাতত তুলি দিব বিচাৰিছো।”

ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত ছিৰাজে নতুন বলতো বলিং কৰে। কিন্তু সাধাৰণতে তেওঁ ক্ৰছ ছিম (বলৰ চিমৰ সৈতে আঙুলিটো ক্ৰছ কৰা হয়) ধৰি বলিং কৰে। ফলত খেলপথাৰত বলটো ছিমত নপৰে। ক্ৰছ ছিমত বল কৰিলে পিটছত পৰি কোনো এটা বল বাউন্স হয়। আকৌ কোনো এটা বল অলপ তলৰ দিশত থাকে। এইদৰে বল ধৰিলে সাধাৰণতে অধিক ইনছুইং হয়।

লগতে পঢ়ক: ছুটী লৈ ঘৰলৈ আহিছিল, মণিপুৰত অপহৰণ কৰি হত্যা সেনা জোৱানক

শ্ৰীলংকাৰ বিৰুদ্ধে ছিৰাজে নিজৰ ছিম সলনি কৰিলে। ভাৰতীয় পেচাৰগৰাকীয়ে কয়, ‘মই সাধাৰণতে ক্ৰছ ছিমত বলিং কৰো। কিন্তু এই মেচখনত মই ছিমত ধৰি বল কৰিছিলো। গতিকে ইনছুইংতকৈ আউটছুইং বেছি আছিল। সেইটোৱে কাম কৰিলে। বেছিভাগ বেটছমেনেই আউটছুইংত আউট হৈছে। মোৰ সপোন বাস্তৱায়িত হৈছে।”

No speed challans for #Siraj today.#AsiaCupFinals#AsiaCup2023#INDvsSL

— Delhi Police (@DelhiPolice) September 17, 2023

বেটছমেনৰ ভৰিৰ কাষত ছিৰাজে বলিং কৰিছে। খেলিবলৈ বাধ্য কৰিছে। ছিৰাজে যি লেংথত চিৰাজে বল কৰিছে সেইটো বেটছমেনসকলৰ বাবে শ্বট খেলিবলৈ সুবিধাজনক। কিন্তু ভাৰতীয় পেচাৰগৰাকীয়ে সেই লেংথত বলিং কৰিয়েই সফলতা লাভ কৰিছে।

এই প্ৰসংগত ছিৰাজে কয়, ‘’সকলো উইকেটৰ পৰাই হৈছিল। বল ছুইং কৰিছিল। সেয়ে মই বেছি একো কৰাৰ চেষ্টা কৰা নাছিলো। মাত্ৰ বেটছমেনৰ বেটৰ কাষত বলিং কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ পিছত বাকী কাম পিটচে কৰিছে। বেটছমেনসকলক খেলাবলৈ চেষ্টা কৰিছিলো। তাতেই সফল হ’লো।‘’

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd