• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন, জাননী জাৰি আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2020 10:30 pm
assam-district-map1
19k
VIEWS
Share on FacebookShare on Twitter

অসমৰ লগতে দেশৰ বহুকেইখন ৰাজ্যৰ বিধান সভা আৰু লোক সভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে শুকুৰবাৰে আয়োগ গঠন কৰা হৈছে।

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰঞ্জনা প্ৰকাশ দেশাইক সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে।

ন্যায়াধীশ দেশাইৰ কাৰ্য্যকাল হ’ব এবছৰীয়া।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি সুশীল চন্দ্ৰক আয়োগৰ সদস্যৰূপে নিযুক্তি দিয়া হৈছে।

তাৰোপৰি সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলো আয়োগত সদস্য হিচাপে থাকিব।

আয়োগে অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড আৰু জম্মু আৰু কাশ্মীৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব।

সমষ্টি পুনৰ নিৰ্ধাৰণ আইন, ২০০২ৰ অধীনত এই কাম সম্পন্ন হ’ব।

Recent News

অসম–মণিপুৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনঃ ৮ ঘণ্টা ধৰি বন্ধ যাতায়ত

অসম–মণিপুৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনঃ ৮ ঘণ্টা ধৰি বন্ধ যাতায়ত

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd