• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2025 4:21 pm
অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওড়িশাৰ বালাছ’ৰৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব ছাত্ৰীগৰাকীয়ে আত্মহননৰ ১০ দিন পূৰ্বে মহাবিদ্যালয়খনলৈ এখন গুৰুত্বপূর্ণ চিঠি লিখি অনৈতিক প্ৰস্তাৱ, মানসিক হাৰাশাস্তি আৰু শাৰীৰিক সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টাৰ বিষয়ে স্পষ্ট অভিযোগ উত্থাপন কৰিছিল। চিঠিত উল্লেখ থাকে, বিভাগটোৰ মুৰব্বী তথা সহকাৰী অধ্যাপকে তেওঁৰ সৈতে একাধিকবাৰ অনৈতিক ব্যৱহাৰ কৰিছে আৰু প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে বিভিন্নভাৱে মানসিক নিপীড়ন চলাইছিল।

চিঠিখনত ছাত্ৰীগৰাকীয়ে স্পষ্টকৈ লিখিছে যে বিগত কেইমাহমানৰ পৰা বি.এড বিভাগৰ মুৰব্বী আৰু সহকাৰী অধ্যাপকজনে অবিৰতভাৱে মানসিক হাৰাশাস্তি কৰি আছে। পৰীক্ষাত ফেইল কৰাৰ ভাবুকি দিছে, মোৰ ব্যক্তিগত তথ্য পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰাৰ ভাবুকি দিছে। তেওঁ বাৰে বাৰে শাৰীৰিক সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দি মোক মানসিকভাৱে দিশহাৰা কৰি তুলিছে। শেষত সেয়ে উল্লেখ কৰে মনৰ শান্তি হেৰুৱাই পেলাইছো আত্মহত্যা কৰিবলৈ বাধ্য হৈছোঁ বুলি উল্লেখ কৰে।

চিঠিত তেখেতে অভিযোগ কৰে যে, যদি মহাবিদ্যালয় প্ৰশাসনে বিভাগৰ মুৰব্বীৰ বিৰুদ্ধে ব্যৱস্থা নলয়, তেন্তে তেওঁ আত্মহননৰ পথ বাচি ল’ব। তেওঁৰ মৃত্যুৰ বাবে প্ৰশাসন আৰু বিভাগীয় মুৰব্বী দায়ী হ’ব বুলি তেওঁ আগতেই স্পষ্টকৈ সতর্ক কৰিছিল।

ছাত্ৰীগৰাকীৰ সহপাঠীসকলে জনায় যে তেওঁ ১ জুলাই তাৰিখে এই সম্পৰ্কে ছ’চিয়েল মিডিয়াতো এক পোষ্ট কৰিছিল। ২ জুলাইত কলেজৰ পৰা কোনো ব্যৱস্থা নলোৱাৰ বাবে তেওঁ আত্মহত্যাৰ হুমকি দিছিল। তাৰ পাছতো প্ৰশাসনে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, কলেজ পৰিষৰত এখন অভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰা হৈছিল, যাক ১৫ দিনৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। যদিও তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতো কোনো ব্যক্তিক দোষী বুলি চিহ্নিত কৰা নহ’ল। ছাত্ৰীগৰাকীৰ সহপাঠীসকলে অভিযোগ কৰে যে, তেওঁলোকৰ একাধিক অনুৰোধৰ পিছতো অধ্যক্ষই পদক্ষেপ ল’বলৈ অস্বীকাৰ কৰে।

এই ঘটনাৰ পিছত ছাত্ৰীগৰাকীয়ে গভীৰ হতাশা আৰু ক্ষোভত কলেজৰ অধ্যক্ষৰ কাৰ্যালয়ত গৈ নিজৰ ওপৰত পেট্ৰল ঢালি জুই লগাই দিয়ে। ৪৮ ঘণ্টা ধৰি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি শেষত মৃত্যুক আকোঁৱালি লয়।

ছাত্ৰীগাকীৰ মৃত্যুৰ পিছত সমগ্ৰ ওড়িশাত ক্ষোভৰ জুই জ্বলিছে। বিৰোধী দল বিজেডি আৰু কংগ্ৰেছে এই ঘটনাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰৰ অকৰ্মণ্যতাক দায়ী কৰি ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকৰ দাবী কৰিছে যদি সময়মতে পদক্ষেপ লোৱা হ’লে ছাত্ৰীগৰাকীয়ে জীৱন ত্যাগ নকৰিলেহেঁতেন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd