• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানাক্ৰান্ত অসম: মৃত্যুৰ সংখ্যা ৬জনলৈ বৃদ্ধি, ৩লাখ ৭০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 7:07 am
123790-qbkrrkvixu-1563069980-750x375

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

26.9k
VIEWS
Share on FacebookShare on Twitter

কৰ’না সংক্ৰমণৰ সমান্তৰালকৈ অসমত বানপানীৰো তাণ্ডৱ আৰম্ভ হৈছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ অৱনতি ঘটিছে।

শনিবাৰে বানপানীত আৰু এজন লোকৰ মৃত্যু ঘটিছে। বানপানীত এতিয়ালৈকে ৰাজ্যখনত মুঠ ৬জন লোকে প্ৰাণ হেৰুৱাইছে।

চৰকাৰী তথ্য অনুসৰি, ৰাজ্যখনৰ ছয়খন জিলাৰ মুঠ ৩লাখ ৭০হাজাৰ লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে।

শনিবাৰে নগাঁও জিলাৰ কামপুৰত বানপানীৰ ফলত এজন লোকৰ মৃত্যু হৈছে।

চৰকাৰী তথ্য অনুসৰি, ৰাজ্যখনৰ ৩৪৮খন গাঁও এতিয়াও পানীত ডুব গৈ আছে। প্ৰায় ২৬হাজাৰ ৯৭৭হেক্টৰ ভূমিৰ শস্য ক্ষতিগ্ৰস্ত হৈছে।

ৰাজ্যখনৰ চাৰিখন জিলাৰ ১৯৫টা সাহায্য শিৱিৰত ১৭,৭৭০জন লোকে আশ্ৰয় লৈ আছে।

তথ্য অনুসৰি, নলবাৰী, গোৱাৰপাৰা, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং আৰু তিনিচুকীয়া জিলাৰ ৩লাখ ৭২হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।

উক্ত জিলাসমূহৰ ভিতৰত গোৱালপাৰা জিলাৰ বান পৰিস্থিতি আটাইতকৈ শোচনীয় হৈ পৰিছে। জিলাখনত ১লাখ ৫৯হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

নগাঁও জিলাত কপিলী আৰু ধৰমতুল নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে।

কামৰূপ, গোৱালপাৰা, হোজাই, নগাঁও, বৰপেটা, শোণিতপুৰ আৰু ওদালগুৰিত মথাউৰি, পথ, দলং, কালভাৰ্টকে ধৰি আন আন্ত:গাঁথনি ব্যাপক ক্ষতিগ্ৰস্ত হৈছে।

ইপিনে, শোণিতপুৰ, বিশ্বনাথ, ডিব্ৰুগড় আৰু মাজুলীত ভয়ংকৰ গৰাখহনীয়াই বিপৰ্যয় নমাই আনিছে।

শনিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰী জিলাৰ বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়।

মুখ্য মন্ত্ৰীয়ে বানপানীৰ ফলত ভাগি যোৱা মথাউৰিসমূহ যুদ্ধকালীন ক্ষিপ্ৰতাৰে মেৰামিত কৰাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে লকডাউনৰ ফলত মথাউৰি পুননৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰে।

 

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd