• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিশা মহানগৰীৰ চানমাৰিত ভয়ংকৰ অগ্নিকাণ্ড; লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 17, 2020 12:07 pm
91066cb6-56a0-4ad3-82c2-3c2e1eb9efc1 (1)

ফটো : নৰ্থ-ইষ্ট নাও

59.8k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই কাল ৰূপ ধাৰণ কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ চানমাৰিত সংঘটিত এটা ভয়ানক অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।

জানিব পৰা মতে নিশা চানমাৰিৰ এখন ৰেস্তোৰাত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৰেস্তোৰাখন সম্পূৰ্ণৰূপে জুইত জাহ যায়।

ৰেস্তোৰাখন জুইয়ে সম্পূৰ্ণৰূপে আৱৰি ধৰাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় যদিও কিছু সময় পিছতেই ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনী  উপস্থিত হৈ জুই  নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ৰেস্তোৰাখনৰ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় যদিও ইয়াৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে জুইত জাহ যোৱা ৰেস্তোৰাখনৰ নাম আৰু ইয়াৰ স্বত্তাধিকাৰীৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

Recent News

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd