• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৈশৱ সুঁৱৰি ছ’চিয়েল মিডিয়াত আবেগিক প’ষ্ট চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2019 2:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিনৰ পৰা ছ’চিয়েল মিডিয়াত অতি বেছি সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে বলিউদ অভিনেতা ধৰ্মেন্দ্ৰক। অভিনেতা গৰাকীয়ে অলপতে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো। এই আবেগ ভৰা ফটোখনক লৈ এতিয়া চলিছে চৰ্চা।

অভিনেতা গৰাকীয়ে শ্বেয়াৰ কৰা ফটোখনত দেখা গৈছে এগৰাকী মাতৃ-পুত্ৰক। সম্পূৰ্ণ আবেগিক ফটোখনত অভিনেতা গৰাকীৰ অনুৰাগীয়ে বিভিন্ন মন্তব্য প্ৰদান কৰিছে।

ভাইৰেল ফটোখনত থকা মাক গৰাকীয়ে ঘৰৰ বেৰত গোবৰৰ চাকি লগাই আছে আৰু শিশুটিৱে এটা কোণত বহি থকা পৰিলক্ষিত হৈছে।

এই ফটোখন শ্বেয়াৰ কৰি ধৰ্মেন্দ্ৰই নিজৰ শিশুকালৰ স্মৃতি ৰোমন্থন কৰে।

ফটোখনৰ সৈতে তেওঁ লিখে, ‘বন্ধুসকল, মোৰ শৈশৱ, প্ৰায় এনেকুৱাই আছিল। আজিও মই মোৰ ফাৰ্মত অলপ হ’লেও গোবৰ সংগ্ৰহ কৰো। মোৰ খেতি পথাৰৰ বাবে এই সাৰ প্ৰাণ। কৃষকৰ বাবে মাটি, খেতি, সাৰ আৰু পানী গৌৰৱ’।

Friends, mera bachpan , kuchh aisa hi tha . Aaj bhi, apne farm par main, zara bhar gobar bhi ikkatha kar leta hoon. Khaadh iski JAAN hai mere kheton ki ?zameen khet khaad Paani Shaan? hain kisan ki ?????????????? pic.twitter.com/1CalkHhwFT

— Dharmendra Deol (@aapkadharam) September 2, 2019

এই ফটোখনৰ উপৰি অভিনেতা ধৰ্মেন্দ্ৰই নিজৰ ডাঙৰ পুত্ৰ ছানি ডেউলৰ এখন সৰুকালৰ ফটোও টুইটাৰত শ্বেয়াৰ কৰিছে। ধৰ্মেন্দ্ৰই তোলা ফটোখনত ছানি দেউলক এখন টাৱেলত দেখা গৈছে।

ফটোখনৰ সৈতে ধৰ্মেন্দ্ৰই লিখিছে, ‘মোৰ সবাটোকৈ সৰল ল’ৰাটো, টাৱেলখন নোহোৱাকৈয়ে মই ফটোখন তুলিব বিচাৰিছিলো। দুৰ্ভগীয়া ছানিয়ে মোক নালাগে নালাগে বুলি কয়। বন্ধুসকল, সেই সৰলতাই আজিও মোক আবেগিক কৰি তোলে। পুত্ৰ ছানি, মই তোমাক বহুত ভাল পাও’।

My most innocent son, I wanted to photograph him without towel. Poor Sunny said,noooooo please papa noooooooo. Friends, His innocence……this innocence……makes me…………..sad even today. Sunny, love you my son. Good luck for PPDKP? pic.twitter.com/4iYm4lwAVS

— Dharmendra Deol (@aapkadharam) September 1, 2019

এনেদৰে নিজৰ অতীত ৰোমন্থন কৰি আবেগভৰা ফটো শ্বেয়াৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd