• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Assam water project named after Pakistan পাকিস্তানৰ নামেৰে অসমত পানী যোগান আঁচনি! বিতৰ্কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2021 9:27 am
WhatsApp Image 2021-11-12 at 8.33.47 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Assam water project named after ‘Pakistan’ ধেমাজি জিলাৰ এটা পানী যোগান আঁচনিৰ নাম ‘পাকিস্তান’ৰ নামত ৰখাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জিলাখনৰ জনগোষ্ঠীয় এলেকা ঘিলামৰাত অৱস্থিত এই পানী যোগান প্ৰকল্পৰ বিতৰ্কিত নামফলকৰ পৰা ‘পাকিস্তান’ৰ নাম অঁতৰাৱলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ বাধ্য হৈছে।

দৰাচলতে, অঞ্চলটোৰ নাম পাক স্থান চূক যাৰ অৰ্থ পাক মাৰিয়েই পাব পৰা স্থানটোৰ ঠাইত ‘পাকিস্তান চূক’ হৈ পৰিল।

সেয়াই নহয়, কেইবাবছৰো ধৰি আনকি চৰকাৰী নথিতো নামটোৱে পৰিচয় গঢ়ি তোলাৰ লগতে ৰাজ্যখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ইয়াৰ পানী যোগান প্ৰকল্পটোৰ নাম ৰাখিলে ‘পাকিস্তান চুবা পানী যোগান আঁচনি’।

পাকিস্তানৰ নামেৰে অসমৰ পানী যোগান আঁচনিৰ নাম ৰখাৰ এই বিতৰ্কই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Also Read: T20 World Cup: পুনৰুজ্জীৱিত অষ্ট্ৰেলিয়া, বিধ্বংসী ৱেড; পাকিস্তানক পৰাস্ত কৰি ফাইনেললৈ কেংগাৰু বাহিনী

টাইমছ অফ ইণ্ডিয়াৰ প্ৰকাশিত বাতৰি অনুসৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিষয়টো মীমাংসা কৰাৰ লগতে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে।

ধেমাজি (সদৰ) মহকুমাধিপতি নন্দিতা ৰয় গোঁহাইয়ে জানিবলৈ দিয়ে যে ইয়াৰ বৰ্তমানৰ বাসিন্দাসকলৰ পূৰ্বপুৰুষসকলে পাক স্থান চূক নামটো দিছিল। আহোম আৰু চুতীয়া সম্প্ৰদায়ৰ লোকে বসবাস কৰা অঞ্চলটো দূৰণিবটীয়া হোৱা বাবে এসময়ত এক আওহতীয়া স্থান আছিল। ইয়াত কোনো মুছলমান লোকৰ বসতি নাই।

চৰকাৰী সূত্ৰ মতে ১৯৯২ চনৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তথ্যত এই নামটো সন্নিৱিষ্ট হৈ আছে।

Also Read: Kangana Ranaut কথাতে কটা যায় কথাতে বঁটা পায়! পুনৰ কি কথাৰে বিতৰ্কত সোমাই পৰিল অভিনেত্ৰী কংগনা ৰাণাৱট?

জানিব পৰা মতে, বীৰ লাচিত সেনাৰ কৰ্মীয়ে বুধবাৰে নামফলকৰ পৰা পাকিস্তান নামটো মচি দিয়ে।

ইপিনে, বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে বিষয়টোৰ গুৰুত্বলৈ চাই ধেমাজিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ৰনোজ পেগু আৰু জল জীৱন মিছনৰ সঞ্চালকৰ সৈতে কথা পাতে।

আনহাতে, মহকুমাধিপতি নন্দিতা ৰয় গোঁহাইয়ে পাছত জানিবলৈ দিয়া মতে বুঢ়াকুৰি ৰাজহ গাঁৱৰ অন্তৰ্গত এই প্ৰকল্পটোৰ নাম বুঢ়াকুৰি দক্ষিণ চূক হিচাপে নতুনকৈ নামকৰণ কৰা হৈছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am
ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am
ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd