• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবুৰীৰ পৰিবহন বিভাগৰ সহকাৰী এনফোৰ্চমেণ্ট বিষয়া আৰিফুল ইছলামক গ্ৰেপ্তাৰ

মুকেশ সিং by মুকেশ সিং
July 31, 2021 8:41 pm
dhh
440
VIEWS
Share on FacebookShare on Twitter

দ্ৰাগছ ব্যৱসায়ীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত কিছুদিন পূৰ্বে ধুবুৰীৰ সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত দুৰ্নীতিৰ অভিযোগত পুনৰ ধুবুৰীত গ্ৰেপ্তাৰ কৰা হয় আন এগৰাকী শীৰ্ষ বিষয়াক।

ধুবুৰীৰ পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সহকাৰী এনফোৰ্চমেণ্ট বিষয়া আৰিফুল ইছলামক  চিআইডিয়ে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

ধৃত ইছলাম ধুবুৰীৰ পৰিবহন বিভাগৰ কাৰ্যালয়ত সহকাৰী এনফোৰ্চমেণ্ট বিষয়া হিচাবে কৰ্মৰত আছিল।

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে চিআইডিয়ে ইছলামক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল।

বহু সময় ধৰি সোধা-পোছা কৰাৰ অন্তত ইছলামক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে।তেওঁক পিছত গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেঁওক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

গ্ৰেপ্তাৰ হোৱা বিষয়া জন উপ-আৰক্ষী অধীক্ষক যতীন দাস যিটো গোচৰত গ্ৰেপ্তাৰ হৈছে সেই গোচৰটোৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে।

ড্ৰাগছ মাফিয়া আৰু গৰুৰ চোৰাং সৰবৰাহকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চলিত বৰ্ষৰ ৩১ মে’ৰ দিনা ধুবুৰীৰ সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰিছিল।

দাসৰ পৰা আৰক্ষীয়ে নগদ ৪.৭৭ লাখ টকাও জব্দ কৰিছিল।

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা পৰিবহন বিভাগৰ সহকাৰী এনফোৰ্চমেণ্ট বিষয়া ইছলামে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিজৰ এমাহৰ দৰমহা দান কৰিছিল আৰু চিকিৎসা জনিত কাৰণত তেওঁ যোৱা কিছুদিন ধৰি গুৱাহাটীতে আছিল।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd