• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীৰ পৰিবহন বিভাগৰ সহকাৰী এনফোৰ্চমেণ্ট বিষয়া আৰিফুল ইছলামক গ্ৰেপ্তাৰ

মুকেশ সিং by মুকেশ সিং
July 31, 2021 8:41 pm
dhh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্ৰাগছ ব্যৱসায়ীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত কিছুদিন পূৰ্বে ধুবুৰীৰ সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত দুৰ্নীতিৰ অভিযোগত পুনৰ ধুবুৰীত গ্ৰেপ্তাৰ কৰা হয় আন এগৰাকী শীৰ্ষ বিষয়াক।

ধুবুৰীৰ পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সহকাৰী এনফোৰ্চমেণ্ট বিষয়া আৰিফুল ইছলামক  চিআইডিয়ে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

Apply Now

ধৃত ইছলাম ধুবুৰীৰ পৰিবহন বিভাগৰ কাৰ্যালয়ত সহকাৰী এনফোৰ্চমেণ্ট বিষয়া হিচাবে কৰ্মৰত আছিল।

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে চিআইডিয়ে ইছলামক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল।

বহু সময় ধৰি সোধা-পোছা কৰাৰ অন্তত ইছলামক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে।তেওঁক পিছত গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেঁওক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

গ্ৰেপ্তাৰ হোৱা বিষয়া জন উপ-আৰক্ষী অধীক্ষক যতীন দাস যিটো গোচৰত গ্ৰেপ্তাৰ হৈছে সেই গোচৰটোৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে।

ড্ৰাগছ মাফিয়া আৰু গৰুৰ চোৰাং সৰবৰাহকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চলিত বৰ্ষৰ ৩১ মে’ৰ দিনা ধুবুৰীৰ সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰিছিল।

দাসৰ পৰা আৰক্ষীয়ে নগদ ৪.৭৭ লাখ টকাও জব্দ কৰিছিল।

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা পৰিবহন বিভাগৰ সহকাৰী এনফোৰ্চমেণ্ট বিষয়া ইছলামে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিজৰ এমাহৰ দৰমহা দান কৰিছিল আৰু চিকিৎসা জনিত কাৰণত তেওঁ যোৱা কিছুদিন ধৰি গুৱাহাটীতে আছিল।

মুকেশ সিং

মুকেশ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd