• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱৰ ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ; ক্ৰিকেট বেটেৰে প্ৰহাৰ দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2025 4:04 pm
492
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ৰূপহীহাটত ধুবুৰীৰ সাংসদ সাংসদ ৰকিবুল হুছেইনক অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

জানিব পৰা মতে, সাংসদগৰাকীয়ে গুণাবাৰীৰ এখন দলীয় কৰ্মী সভালৈ গৈছিল। দুৰ্বৃত্তই ক্ৰিকট বেটেৰে বৰ্তমান ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনক প্ৰহাৰ কৰে।

মটৰ চাইকেলেৰে যোৱা সাংসদগৰাকীক ৰূপহীহাটত একাংশ লোকে ক’লা পতাকা প্ৰদৰ্শন কৰে। তাৰ মাজতে মুখত ক’লা কাপোৰ বান্ধি কেইবাজনো দুৰ্বৃত্তই সাংসদগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে সাংসদগৰাকীক প্ৰহাৰ কৰাৰ পাছত তেওঁৰ সুৰক্ষীকৰ্মীকো আক্ৰমণ কৰে।

পৰিস্থিতি অধিক অৱনতি হোৱাৰ সময়ত সাংসদগৰাকীৰ দেহৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। এই ঘটনাত সাংসদগৰাকীৰ লগতে তেওঁৰ দেহৰক্ষীগৰাকীও আহত হৈছে।

আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সময়ত সাংসদ ৰকিবুল হুছেইনৰ লগত তেওঁৰ পুত্ৰ তানজিল হুছেইনো আছিল। ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাও সাংসদগৰাকীৰ সৈতে আছিল।

জানিব পৰা মতে, আক্ৰমণকাৰীৰ পৰা হাত সাৰিবলৈ পলাবলৈ লওঁতে স্কুটীৰ পৰা পথৰ ওপৰত পৰি যায় ৰকিবুল হুছেইন।

ইপিনে, বিজেপি কৰ্মীৰ বিৰুদ্ধে সাংসদগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। 

Recent News

স্বয়ম্ভূ গডমেন গুৰমীত ৰাম ৰহিমক ৪০ দিনৰ পেৰ’লত মুকলি

স্বয়ম্ভূ গডমেন গুৰমীত ৰাম ৰহিমক ৪০ দিনৰ পেৰ’লত মুকলি

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd