• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল জাতীয় সংগঠনৰ ৩ জনকৈ নেতা-কর্মী

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
November 14, 2020 8:58 pm
Dibrugarh
1.5k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ত ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে জাতীয় সংগঠনৰ তিনি গৰাকীকৈ নেতা-কৰ্মী।

ডিব্ৰুগড় আৰক্ষীৰ সূত্ৰৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা যুৱকত্ৰয় হৈছে ক্ৰমে বিশ্বজিৎ দাস, ৰোহন দাস আৰু অভিনৱ দাস।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিও গৰাকী যুৱক অনুসূচীত জাতি সংগ্ৰামী পৰিষদ, অসম নামৰ সংগঠনটোৰ নেতা-কৰ্মী বুলিও প্ৰকাশ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই সংবাদ মাধ্যমক জনোৱা অনুসৰি সংগঠনটোৱে ডিব্ৰুগড় চহৰৰ নিউ মাৰ্কেটৰ এখন জুৱেলাৰী স্বত্বাধিকাৰীৰ পৰা ১০ হাজাৰ টকা দাবী কৰিছিল।

সংগঠনটোৰ সদস্যকেইজনে বুধবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰজনৰ পৰা ১০ হাজাৰ টকা সংগ্ৰহ কৰে যদিও সংগঠনৰ বৰঙণি তোলা ৰছিদত মাত্ৰ ৪ হাজাৰ টকা সংগ্ৰহ কৰা বুলি লিপিৱদ্ধ কৰে।

ইয়াৰ পিছতে প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীজনে অন্য তিনিজন কৰ্মচাৰীৰ স্বাক্ষৰসহ ডিব্ৰুগড় সদৰ আৰক্ষী থানাত অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে সংগঠনটোৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ ৪৪৮/৩৮৪/৩৪ ধাৰাত নং ১৯৯৬/২০২০ত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে সংগঠনটোৰ তিনিজন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd