• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
April 9, 2021 6:06 pm
index
311
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে।

বৃহস্পতিবাৰে সন্ধিয়া ঘোষণা কৰা ফলাফল অনুসৰি বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ পৱণ গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী ধৃতিষ্টা গগৈক ৩৬ টা ভোট পৰাস্ত কৰি সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

আনহাতে সাধাৰণ সম্পাদক পদত হিমালয় বাৰিকে নিকটতম প্ৰতিদ্বন্দ্বী লব্ধ প্ৰতীম দাসক পৰাস্ত কৰি জয়ী হৈছে।

তেনেদৰে উপ সভাপতি পদৰ প্ৰাৰ্থী লক্ষীনন্দন টায়ে, সহকাৰী সাধাৰণ সম্পাদকৰ পদত পাৰ্থজ্যোতি বৰুৱা, আলোচনী সম্পাদকৰ পদত সপোন বৰা, সংগীত সম্পাদকৰ পদত প্ৰিনচেং চিচেং চিংফৌ, সাংস্কৃতিক সম্পাদকৰ পদত দেৱপ্ৰতীম বৰা, তৰ্ক আৰু আলোচনা চক্ৰ পদত কৃষ্ণ ছেত্ৰী আৰু সুকুমাৰ কলা আৰু সাহিত্যৰ সম্পাদকৰ পদত প্ৰীতম জ্যোতি গৌতমে জয়ী হৈছে।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ ১৮ টা পদৰ বাবে এইবাৰ ৯৫.৪৭ শতাংশ হাৰত ৪৬১৫ৰ ভোটাৰৰ ভিতৰত ৪,৪০৬ গৰাকী ভোটাৰে ভোটদান কৰিছিল।

Recent News

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

মেঘালয়ত দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ!

মেঘালয়ত দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ!

নগদ ধনৰ গোচৰত উচ্চস্তৰীয় সমিতিৰ বিৰুদ্ধে গোচৰ, সোমবাৰে ন্যায়াধীশ বাৰ্মাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

নগদ ধনৰ গোচৰত উচ্চস্তৰীয় সমিতিৰ বিৰুদ্ধে গোচৰ, সোমবাৰে ন্যায়াধীশ বাৰ্মাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এনচিইআৰটি-ৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰ কাহিনী

এনচিইআৰটি-ৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰ কাহিনী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd