• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভ্ৰষ্ট লক্ষ্য! পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জাল কৰি গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
April 25, 2021 7:45 am
Dibrugarh_Universitys_entrance_gate_122554_730x419-m-750x375-1024x512
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্নাতকোত্তৰ শ্ৰেণীৰ সকলো পৰীক্ষা বাতিল কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ পি কে কাকতিৰ চহী জাল কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা ৬ এপ্ৰিল আৰু ২০ এপ্ৰিলত ড০ পি কে কাকতিৰ জাল চহীৰে এখন ভুৱা জাননী জাৰি কৰা হৈছিল।

গ্ৰেপ্তাৰ হোৱা ছাত্ৰজন তিনিচুকীয়া জিলাৰ লক্ষ্য বিকাশ গগৈ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ডিব্ৰুগড় আৰক্ষী থানাত ধাৰা 120(B) 419/468/471/198ৰ অধীনত এটা গোচৰ(no 846/21) ৰুজু কৰিছে।

ডিব্ৰুগড় আৰক্ষীয়ে ছাত্ৰজনক শনিবাৰে তিনিচুকীয়া জিলাৰ লাইপুলি অঞ্চলৰ তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লক্ষ্য বিকাশ গগৈৰ মোবাইল ফোনটো জব্দ কৰিছে।

‘’ছাত্ৰজনে চহী জাল কৰি আন ছাত্ৰসকলৰ জীৱনৰ সৈতে খেলা কৰিছে যিটো এটা অপৰাধ। কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ মাজতে ই ছাত্ৰসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে,’’-এগৰাকী আৰক্ষী বিষয়াই কয়।

তাৰ মাজতে শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ ১৬জন ছাত্ৰৰ কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইয়াৰ হ’বলগীয়া সকলো পৰীক্ষা স্থগিত কৰিছে।

কোভিড-১৯ৰ ঘটনা ধৰা পৰাৰ পাছত স্বাস্থ্য বিভাগে বিশ্ববিদ্যালয়খনৰ তিনিটা হোষ্টেল কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

September 10, 2025 12:16 pm
অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

September 10, 2025 12:14 pm
অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

September 10, 2025 11:40 am
“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

September 10, 2025 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

September 10, 2025 12:16 pm
অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

September 10, 2025 12:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd