• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

COVID19ৰ প্ৰতিৰোধৰ ডায়েট তালিকা; ডায়েট মানি চলক আৰু প্ৰতিৰোধী শক্তি বৃদ্ধি কৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2020 3:50 pm
1unnamed

প্ৰতিনিধিত্বমূলক ছবি

18.1k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বজুৰি সংহাৰ চলাই আছে মাৰাত্মক ভাইৰাছে। ইতিমধ্যে বিশ্বজুৰি ৫ লাখৰো অধিক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫ হাজাৰৰো অধিক আক্ৰান্তৰ মৃত্যু ঘটিছে।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ মতে প্ৰতিৰোধেই হৈছে এই মাৰাত্মক ক’ৰ’না ভাইৰাছৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায়।

বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীয়ে এই মাৰাত্মক ভাইৰাছবিধৰ প্ৰতিষেধক আৱিস্কাৰৰ বাবে প্ৰচেষ্টা কৰি আছে।

এনে এক সময়তে হলিষ্টিক হেল্ড চেন্টাৰে COVID19ৰ এখন ডায়েট তালিকা প্ৰস্তুত কৰি উলিয়াইছে। যাৰ দ্বাৰা ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে আপোনাৰ শৰীৰক অধিক সক্ষম  কৰি তুলিব।

  • প্ৰাৰ্থনা আৰু মেডিটেশ্যন কৰিব লাগে। প্ৰাৰ্থনা আৰু মেডিটেশ্যনে মানসিক শক্তি বৃদ্ধি কৰে। ইয়ে মানুহৰ হাওফাও পৰিষ্কাৰ কৰি ৰখাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰীও কৰি ৰাখে।
  • নেমুৰ ৰস, আধাৰ ৰস, তুলসীৰ ৰস আৰু পদিনাৰ ৰস খালে যথেষ্ট উপকাৰ হয়।
  • পুৱা মধুৰীআম, কল, ঠাণ্ডা গাখীৰ, আইচ-ক্ৰীম, ক’ল্ড ড্ৰিংকছ, কেক আদি ঠাণ্ডাজাতীয় ফলমূল আৰু খাদ্য খোৱা উচিত নহয়।
  • ঘৰত প্ৰস্তুত কৰা গৰম আহাৰ গ্ৰহণ কৰা উচিত।
  • কেঁচা পাচলি খোৱাটো এৰাই চলক।
  • সিদ্ধ আঞ্জা সদায় গৰম কৰি খাব, কিয়নো ২৯ ডিগ্ৰীৰ অধিক তাপমানত ক’ৰ’না ভাইৰাছ জীয়াই থাকিব নোৱাৰে।
  • শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা খাদ্য খোৱা উচিত।
  • ঋতুকালীন কেঁচাকৈ খাব পৰা কোনো পাচলিকে নেখাব। তৰমুজ আঙুৰো খোৱা বন্ধ কৰক।
  • ২৫ গ্ৰাম প্ৰ’টিনযুক্ত খাদ্য অৰ্থাৎ বাদাম আদি সিদ্ধ কৰি খাব।
  • শোৱাৰ পূৰ্বে বিশুদ্ধ নাগৰিকল তেল শৰীৰত ঘঁহক।
  • ইমুনিটিৰ অতিৰিক্ত শক্তি বৃদ্ধিৰ বাবে জিৰণি লওক।
  • দৈনিক ৫ গ্ৰামকৈ আধাৰ ৰস আৰু কেঁচা হালধীৰ ৰস খাব। ই শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।
Tags: COVID19

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd