COVID19ৰ প্ৰতিৰোধৰ ডায়েট তালিকা; ডায়েট মানি চলক আৰু প্ৰতিৰোধী শক্তি বৃদ্ধি কৰক

1unnamed

প্ৰতিনিধিত্বমূলক ছবি

সমগ্ৰ বিশ্বজুৰি সংহাৰ চলাই আছে মাৰাত্মক ভাইৰাছে। ইতিমধ্যে বিশ্বজুৰি ৫ লাখৰো অধিক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫ হাজাৰৰো অধিক আক্ৰান্তৰ মৃত্যু ঘটিছে।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ মতে প্ৰতিৰোধেই হৈছে এই মাৰাত্মক ক’ৰ’না ভাইৰাছৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায়।

বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীয়ে এই মাৰাত্মক ভাইৰাছবিধৰ প্ৰতিষেধক আৱিস্কাৰৰ বাবে প্ৰচেষ্টা কৰি আছে।

এনে এক সময়তে হলিষ্টিক হেল্ড চেন্টাৰে COVID19ৰ এখন ডায়েট তালিকা প্ৰস্তুত কৰি উলিয়াইছে। যাৰ দ্বাৰা ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে আপোনাৰ শৰীৰক অধিক সক্ষম  কৰি তুলিব।