• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০১৮ চনৰ নিদহাছ ট্ৰফীৰ ফাইনেলৰ বিস্ফোৰক ইনিংছৰ বাবেই আজি বাংলাদেশৰ বিৰুদ্ধে খেলিছে নেকি দিনেশ কাৰ্তিকে!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2019 4:41 pm
dinesh Kartik

দিনেশ কাৰ্তিক। উৎস-ইণ্টাৰনেট

1.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত ২০১৮ চনত অনুষ্ঠিত হোৱা নিদহাছ ট্ৰফীৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অন্তিম অভাৰৰ অন্তিম বলত প্ৰয়োজনীয় ৬ ৰাণ এটা দৰ্শনীয় চিক্সাৰেৰে অৰ্জন কৰি ৰাতিটোৰ ভিতৰত নায়কৰ শাৰীলৈ উন্নীত হোৱা ভাৰতীয় বেটছমেন দিনেশ কাৰ্তিকৰ আজি বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপত অভিষেক ঘটিছে।

উল্লেখযোগ্য যে, দিনেশ কাৰ্তিকৰ ১৫ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত খেলুৱৈগৰাকীয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপত খেলিবলৈ সুযোগ লাভ কৰে।

২০১৮ চনৰ নিদহাছ ট্ৰফীৰ ফাইনেলত দিনেশ কাৰ্তিকৰ দৰ্শনীয় বেটিঙৰ সহায়তে ভাৰতে বাংলাদেশক ৪ উইকেটত পৰাজিত কৰিবলৈ সক্ষম হৈছিল। দিনেশ কাৰ্তিকে ১৯ নম্বৰ অভাৰত ২২ ৰাণ সংগ্ৰহ কৰি ভাৰতৰ বিজয় সম্ভৱ কৰি তুলিছিল আৰু ব্যক্তিগতভাৱে মাত্ৰ ৮ টা বলতে ২৯ ৰাণ সংগ্ৰহ কৰে।

২০১৯ চনৰ বিশ্বকাপত ভাৰতে ঘৰুৱা দল ইংলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পাছত আজি বাংলাদেশৰ বিৰুদ্ধে মিদল অৰ্ডাৰ বেটছমেন কেদাৰ যাদৱৰ স্থানত দিনেশ কাৰ্তিকক টিম মেনেজমেণ্টে স্থান দিয়ে।

বাংলাদেশক মাৰমুখী বেটিঙেৰে আশাহত কৰিবলৈ সক্ষম হোৱা মিদল অৰ্ডাৰ বেটছমেন দিনেশ কাৰ্তিকে আজিও বাংলাদেশৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd