• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একালৰ সতীৰ্থ, মুখ্য মন্ত্ৰীক সোঁৱৰাবলৈ দিচপুৰ অভিমুখে আছু

অহা ৮ নৱেম্বৰত বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত দিচপুৰৰ জনতা ভৱনৰ সন্মুখত বিক্ষোভ কাৰ্য্যসূচী বুধবাৰে এক যৌথ সভাৰ অন্তত ঘোষণা কৰিছে আছুসহ ২৮টা জনগোষ্ঠীয় সংগঠনে।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 31, 2018 9:31 pm
AASU adviser Samujjal Bhattacharyya ,President Dipankar Kumar Nath, and General Secretary Lurinjyoti Gogoi addressing a Press Conference at Guwahati on 31-10-18.Pix by UB Photos

গুৱাহাটীত আছু-২৮টা সংগঠনৰ বুধবাৰৰ সংবাদমেল। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একালৰ সতীৰ্থ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ‘জাতীয় স্বাৰ্থ’ সোঁৱৰাই দিবলৈ ৰাজধানী দিচপুৰ অভিমুখে আহি আছে আছুসহ ২৮টা জনগোষ্ঠীয় সংগঠন।

অহা ৮ নৱেম্বৰত বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত দিচপুৰৰ জনতা ভৱনৰ সন্মুখত বিক্ষোভ কাৰ্য্যসূচী বুধবাৰে এক যৌথ সভাৰ অন্তত ঘোষণা কৰিছে সংগঠনকেইটাই।

বিধেয়ক সন্দৰ্ভত মুখ্য মন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈও দাবী জনাইছে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

“মুখ্য মন্ত্ৰী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে নে বিপক্ষে আছে এই কথা স্পষ্ট কৰক,” আছুৰ মজিয়াৰ পৰাই মুখ্য মন্ত্ৰী হোৱা সোণোৱালক এই দাবী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাজনৰ। ইতিমধ্যে বিতৰ্কিত বিধেয়কখনৰ সমৰ্থনত শেহতীয়া ৰাজ্যিক কাৰ্য্যনিৰ্বাহকত মুখ্য মন্ত্ৰীৰ উপস্থিতিত সিদ্ধান্ত গ্ৰহণ কৰিছিল গেৰুৱা দলটোৱে।

অসম চৰকাৰক বিধেয়কখন বিৰোধিতাৰে কেবিনেট প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবেও দাবী জনাইছে সংগঠনকেইটাই। “মেঘালয় চৰকাৰে যদি পাৰিছে, অসম চৰকাৰে নোৱাৰিব কিয়?” বিধেয়কখনৰ জৰিয়তে ‘অসমৰ মানুহক মানসিক নিৰ্য্যাতন চলোৱা হৈছে’ বুলি উল্লেখ কৰি এই প্ৰশ্ন সমুজ্জ্বল ভট্টাচাৰ্য্যৰ।

অসমত বৰ্তমান একাংশই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰি কেউটা সংগঠনে ৰাজ্যজোৰা এলানি ধাৰাৱাহিক প্ৰতিবাদী কাৰ্য্যসূচীৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

অহা ৯ নৱেম্বৰত সকলো মন্ত্ৰী, বিধায়ক আৰু সাংসদক ঘৰে ঘৰে গৈ সাক্ষাৎ কৰি বিধেয়ক বাতিলৰ সিদ্ধান্ত গ্ৰহণৰ বাবে লিখিতভাৱে দাবী জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালকো এই বিষয়ে অৱগত কৰিব সংগঠনকেইটাই।

১০ নৱেম্বৰত সকলো জিলাৰ সদৰত আছু আৰু ২৮ জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব। ১৬ নৱেম্বৰত সংগঠনকেইটাৰ আঞ্চলিক সমিতিসমূহে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব।

ইয়াৰ পাছত সংগঠনকেইটাই ৰাজ্যৰ বিভিন্ন স্থানত নাগৰিক সভা অনুষ্ঠিত কৰি ‘জাতিধ্বংসী’ বিধেয়কখন বাতিলৰ দাবী উত্থাপন কৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰি এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ওপৰত পূৰ্ণ আস্থা প্ৰকাশ কৰে সংগঠনকেইটাই।

এন আৰ চিৰ কামত বাধা প্ৰদান কৰিব বিচৰাসকলক শাস্তি প্ৰদানৰ বাবে সভাই দাবী জনোৱাৰ লগতে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা প্ৰৱেশ কৰা অমুছলমান লোকক দীৰ্ঘকালীন ভিজা আৰু নাগৰিকত্ব প্ৰদান কৰা জাননীৰো বিৰোধিতা কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd