• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত চাকৰিৰ বেহা! বৰবাৰীৰ ল’জৰ পৰা ৭ জন দালালক আটক দিছপুৰ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2022 11:31 am
মহানগৰীত চাকৰিৰ বেহা! বৰবাৰীৰ ল’জৰ পৰা ৭ জন দালালক আটক দিছপুৰ আৰক্ষীৰ
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ চাকৰিৰ নামত ধনৰ লেনদেনৰ অভিযোগে প্ৰবল বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে গুৱাহাটীৰ ল’জত বহি চাকৰিৰ বেহা চলোৱা এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী।

মহানগৰীৰ বৰবাৰীৰ এটা ল’জৰ পৰা ৭ জন দালালক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।

জানিব পৰা মতে, জলসম্পদ বিভাগত চাকৰি দিয়াৰ নামত ধন দাবী কৰিছিল দালালকেইজনে।

দালালকেইজনে হেঙেৰাবাৰীৰ বৰবাৰীৰ জি ডি ল’জত বাহৰ পাতি আছিল।

এচিপি হিমাংশু প্ৰসাদ দাসৰ নেতৃত্বত যোৱা দিছপুৰ আৰক্ষীৰ এটা দলে দালাকেইজনক আটক কৰে।

তেওঁলোকে চাকৰি প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি আছিল বুলিও জানিব পৰা গৈছে।

ধৃত দালালকেইজন হৈছে কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক, নলবাৰীৰ গোবিন্দ চৌধুৰী, নলবাৰীৰ নুৰ ইছলাম আহমেদ, বশিষ্ঠৰ জয়ন্ত ডেকা,  নলবাৰীৰ প্ৰাঞ্জল বৰ্মন আৰু গোৱালপাৰাৰ জয়ন্ত দাস।

দিছপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত দালালকেইজনৰ জেৰা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am
‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am
‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd