• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰোণা ভাইৰাচক লৈ আতংকিত মাজুলী: প্ৰশাসনৰ হাই এলাৰ্ট ঘোষণা

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 7, 2020 3:21 pm
Story-3-24-750x375

গুৱাহাটী বিমানবন্দৰত কৰোনা ভাইৰাছ পৰীক্ষণ শিৱিৰ। ফাইল ফটো

11.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰনা  ভাইৰাছত আমেৰিকাৰ পৰ্যটক আক্ৰান্ত হোৱাৰ ঘটনাৰ পিছতে আতংকিত হৈ পৰিছে মাজুলীবাসী । ইতিমধ্যে মাজুলীত হাই এলাৰ্ট জাৰি কৰিছে মাজুলী জিলা প্ৰশাসনে ।

উল্লেখ্য যে ১৮ ফেব্ৰুৱাৰিত ৱাশ্বিংটনৰ পৰা লণ্ডন হৈ তেওঁ মুম্বাই পাইছিলহ। ২১ ফেব্ৰুৱাৰিত মুম্বাইৰ পৰা কলকাতালৈ, ২২ ফেব্ৰুৱাৰিত পুৱাৰ ইণ্ডিগ’ ফ্লাইটেৰে যোৰহাটলৈ আহিছিল।

২৩ ফেব্ৰুৱাৰিৰ পৰা এম ভি মহাবাহুত আৰম্ভ কৰিছিল ৰিভাৰ ক্ৰুইজ আৰু ব্ৰহ্মপুত্ৰৰ বুকুত ৭টা নিশা কটাইছিল আমেৰিকান পৰ্যটকজনে।

উল্লেখ্য, এই সময়তেই মাজুলী ভ্ৰমণ কৰি মাজুলীৰ সংস্কৃতি উপভোগ কৰিছিলহি পৰ্যটক জনে। অৱশ্যে মাজুলীত ৰাতি কটোৱা নাছিল পৰ্যটকজনে।

প্ৰতিদিনে দেশ-বিদেশৰ পৰ্যটকে ভৰি থকা মাজুলীত এতিয়া পৰ্যটকক লৈ আতংকিত হৈ পৰিছে মাজুলীবাসী।

ন’ভেল ক’ৰ’ণা ভাইৰাছ ৰোগৰ সংক্ৰমণৰ আশংকাক লৈ ইতিমধ্যে মাজুলীত সতৰ্কতা অৱলম্বনৰ ব্যৱস্থা কৰা হৈছে।

এই সন্দৰ্ভত মাজুলী জিলা প্ৰশাসনে জিলা স্বাস্থ্য বিভাগ, পৰ্যটন বিভাগ আৰু জিলাখনৰ হোটেল-ল’জ-অতিথিশালাসমূহৰ স্বত্তাধিকাৰীক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।

অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শ্ৰীনৰেণ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মাজুলীলৈ অহা প্ৰতিগৰাকী বিদেশী পৰ্যটকৰে মাজুলীত পদাৰ্পণৰ লগে লগে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা স্বাস্থ্য বিভাগ আৰু পৰ্যটন বিভাগলৈ নিৰ্দেশনা জাৰি কৰা হয়।

একেদৰে, জিলাখনত এই ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনা, আশংকা আদি দিশসমূহত নিৰন্তৰ নজৰ ৰাখিবলৈ গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী মহকুমা অসামৰিক চিকিৎসালয়ত এটা নিয়ন্ত্ৰণ কক্ষ আৰু সন্দেহজনক আক্ৰান্ত লোকক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰিবলৈও স্বাস্থ্য বিভাগক জিলা প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ দিয়া হয়।

তদুপৰি, হোটেল-ল’জ-অতিথিশালাসমূহকো বাহৰ পতা বিদেশী পৰ্যটকসকলক ‘মাস্ক’ আগবঢ়াবলৈ দিহা দিয়া হয়।

বৈঠকত জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত শ্ৰীপলাশ ৰঞ্জন আহোম আৰু সহকাৰী আয়ুক্ত শ্ৰীমতী হিমাদ্ৰী বৰাৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া-চিকিৎসকসকল উপস্থিত থাকে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd