• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনো ভাষাৰ জোৰকৈ আৰোপ বা বিৰোধ নকৰিব : উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2019 9:17 am
M.-Venkaiah-Naidu

উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। ফাইল ফটো

779
VIEWS
Share on FacebookShare on Twitter

উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইড়ুৱে শুকুৰবাৰে জনসাধাৰণক আহ্বান জনাই কয় যে কোনো ভাষাৰ বিৰোধিতা বা জোৰকৈ আৰোপ নকৰি যিমান পাৰি সম্ভৱ ভাষা শিকাৰ বাবে চেষ্টা কৰিব লাগে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হিন্দীক এক উমৈহতীয়া ভাষা হোৱা উচিত বুলি কৰা মন্তব্যই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰাৰ কেইদিনমান পাছতে নাইডুৰ এই বক্তৱ্য প্ৰকাশ পাইছে।

‘’উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে জনসাধাৰণক যিমান সম্ভৱ ভাষা শিকাৰ বাবে আহ্বান জনায় আৰু কোনো ভাষা জোৰকৈ আৰোপ কৰা বা কোনো নিৰ্দিষ্ট ভাষাৰ বিৰোধিতা কৰা উচিত নহয় বুলি ব্যক্ত কৰে,’’-উপ ৰাষ্ট্ৰপতিৰ সচিবালয়ে জাৰি কৰা এক বিজ্ঞপ্তিত এইদৰে কোৱা হৈছে।

অমিত শ্বাহে পৰৱৰ্তী সময়ত কৈছিল যে তেওঁ কেতিয়াও হিন্দীক দেশৰ জাতীয় ভাষা হিচাপে আৰোপ কৰাৰ বাবে কোৱা নাছিল, কিন্তু ইয়াক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰৰহে পোষকতা কৰিছিল।

এদল স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইড়ুৱে লগতে কয় যে মাতৃভাষাক আগবঠাই নিয়াত গুৰুত্ব দিয়া উচিত আৰু আন ভাষাও শিকা উচিত।

ভ্ৰমণক শিক্ষাৰ এক ৰূপ আৰু ভাল শিক্ষা আহৰণৰ অভিজ্ঞতা বুলি বৰ্ণনা কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ সকলো প্ৰধান পৰ্যটনস্থলী ভ্ৰমণ কৰি দেশৰ সংস্কৃতি, ঐতিহ্য, ভাষা তথা খাদ্যসম্ভাৰ আদিৰ বৈচিত্ৰতাৰ অভিজ্ঞতা ল’বলৈ উপদেশ দিয়ে যাতে ভাৰতৰ অতুলনীয় সাংস্কৃতিক উপলব্ধি সন্দৰ্ভত জ্ঞান বৃদ্ধি কৰিব পাৰে।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে স্কুলীয়া সময়ৰ ৫০ শতাংশ সময় শ্ৰেণীকোঠাৰ বাহিৰত কটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে শাৰীৰিক সক্ষমতা বৃদ্ধি কৰিব পৰা যায়।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অস্বাস্থ্যকৰ জীৱন প্ৰণালী অনুশীলন তথা খাদ্যাভ্যাসৰ বাবে বাঢ়ি অহা অসংক্ৰমিত ৰোগৰ বিষয়েও সতৰ্ক কৰি দিয়ে।

Recent News

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd