• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

আপুনি কেতিয়াবা টোপনিতে কথা কয় নেকি ?

কিন্তু  নিশা  গভীৰ টোপনিতে কথা কোৱাৰ কাৰণ কি? আমাৰ সপোনৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নেকি? কিবা কাৰণত আমাৰ ক্ষতি কৰে নেকি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 6:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি বা আপোনাৰ আত্মীয়ই কেতিয়াবা টোপনিতে কথা কয় নেকি ?

আাপুনি হয়তো ভাবিব পাৰে টোপনিত কথা কোৱাটো এটা ভৌতিক পৰিঘটনা। কিন্তু টোপনিৰ কথা কোৱাটো এটা অতি সাধাৰণ ঘটনা।

কিন্তু  নিশা  গভীৰ টোপনিতে কথা কোৱাৰ কাৰণ কি? আমাৰ সপোনৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নেকি? কিবা কাৰণত আমাৰ ক্ষতি কৰে নেকি?

আজি এই প্ৰশ্নবোৰৰ উত্তৰ জানো আহক।

বিশেষজ্ঞসকলে টোপনিতে কথা কোৱাটোক এটা সাধাৰণ ধৰণৰ পেৰাছ’নিয়া বা অস্বাভাৱিক টোপনিৰ কাৰ্য্যকলাপ বুলি ব্যাখ্যা কৰে।

লগতে চিকিৎসা বিশেষজ্ঞ কয় যে প্ৰতি তিনিজনৰ ভিতৰত দুজনে জীৱনৰ কোনোবা এটা সময়ত টোপনিতে কিবা কিবি কয়।  বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত এইটো সাধাৰণ কথা।

আচলতে ই ক্ষতিকাৰক নহয়।

মানুহে টোপনিতে কি কথা কয়?

মানুহে টোপনিতে দুই এটা শব্দ বা বাক্য কোৱাৰ পৰা দীঘলীয়াকৈও কথা কৈ থাকিব পাৰে।

কিন্তু শুই থকা মানুহৰ মগজুত প্ৰকৃততে কি ঘটি আছে সেয়া বুজিবলৈ টান। এজন ব্যক্তিয়ে টোপনিতে নিজৰ জীৱন, শেহতীয়া পৰিঘটনা বা অতীতৰ বিষয়বোৰৰ সম্পৰ্কে ক’ব পাৰে ।

অথবা সপোনৰ লগতো ইয়াৰ সম্পৰ্ক থাকিব পাৰে। অৱশ্যে সেই ব্যক্তিজনৰ সকলো কথা সপোনৰ লগত জড়িত বুলি ক’ব নোৱাৰি। কেতিয়াবা সপোন অবিহনেও নিদ্ৰাৰত ব্যক্তি এজনে কথা ক’ব পাৰে।

মানুহে টোপনিত কিয় কথা পাতে ?

মানুহে টোপনিতে কিয় কথা পাতে সেইটো বুজিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন। কিন্তু এতিয়া বহুতে ভাবে যে টোপনিৰ অভাৱ, টোপনিৰ অসুবিধা বা টোপনিৰ বাবে উপযুক্ত পৰিৱেশ নথকাৰ বাবেও টোপনিতে মানুহে কথা কয়।

উদাহৰণস্বৰূপে, যদি আপোনাৰ কোঠাটো বেছি গৰম বা ঠাণ্ডা বা বেছি পোহৰ থাকে। তেতিয়াও মানুহে টোপনিতে কথা ক’ব পাৰে।

ইয়াৰ উপৰিও আৰু কিছুমান কাৰণৰ বাবেও মানুহে টোপনিতে কথা কয়। মানসিক সমস্যা থকা লোকে টোপনিৰ সময়ত বেছি কথা কয় বুলি একাংশ বিশেষজ্ঞই মত পোষণ কৰে।

ইয়াৰ উপৰিও পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (PTSD) ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰতো ই বেছিকৈ হোৱা বুলি ভবা হয়।

কিছুমান মানুহে টোপনিতে কিয় চিঞৰ-বাখৰ কৰে?

টোপনিৰ কথা কোৱাটো ক্ষতিকাৰক নহয় কিন্তু যদি আপুনি টোপনিতে চিঞৰিবলৈ আৰম্ভ কৰে তেন্তে আাপোনাৰ পৰিয়াল বা প্ৰতিৱেশীৰ অসুবিধা হয়। ‘REM sleep behavior disorder’ থকা মানুহে টোপনিৰ সময়ত চিঞৰ বাখৰ কৰে। ইয়াৰ লক্ষণ হ’ল ভয়ংকৰ চিঞৰ-বাখৰ। এই ‘REM sleep behavior disorder’ থকা কিছু লোকে টোপনিতে লাথ, ঘোচা, চৰ মৰাও দেখা যায় ।

টোপনিতে কথা পতা ক্ষতিকাৰক নেকি?

টোপনিৰ সময়ত কথা পতাটো কোনো সমস্যা নহয়। অৱশ্যে টোপনিৰ সমস্যা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে। যদি আপুনি টোপনিতে হঠাতে কথা পাতিবলৈ আৰম্ভ কৰে বা টোপনিৰ সময়ত চিঞৰিবলৈ বা হিংসাত্মক কাম কৰিবলৈ আৰম্ভ কৰে তেন্তে নিশ্চয় চিকিৎসকৰ ওচৰলৈ যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd