• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2022 4:21 pm
Dog Helps Monkey
259
VIEWS
Share on FacebookShare on Twitter

বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ মানুহে কুকুৰ পুহিবলৈ আৰম্ভ কৰাটো এটা সচৰাচৰ দেখা দৃশ্য। কুকুৰ আৰু বান্দৰৰ মাজত যেন জন্ম-জন্মান্তৰৰ শত্ৰুতা!

যোৱা বছৰৰ শেষৰ ফালে ভাইৰেল হোৱা এটা বিশেষ বাতৰি নিশ্চয় আপোনালোকৰ চকুত পৰিছিল। সেই বাতৰি অনুসৰি কুকুৰ আৰু বান্দৰৰ মাজত চলি অহা শত্ৰুতাই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল।

মহাৰাষ্ট্ৰৰ এখন ভিতৰুৱা গাঁৱত প্ৰায় ২৫০ কুকুৰক হত্যা কৰিছিল বান্দৰ সেনাই। অঞ্চলটোৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি এটা নৱজাতক বান্দৰ পোৱালিক কুকুৰৰ জাক এটাই হত্যা কৰিছিল।

এই হত্যাৰ প্ৰতিশোধকল্পেই কুকুৰ হত্যাযজ্ঞত নামি পৰিছিল বান্দৰ সেনানী। পথত কুকুৰ দেখা মাত্ৰেই ধৰি নি ওখ স্থানৰ পৰা তললৈ দলিয়াই দি হত্যা কৰিছিল বান্দৰ সৈন্যই।

আনহে নালাগে কুকুৰ হত্যাৰ অভিযোগত দুটা বান্দৰো গ্ৰেপ্তাৰ কৰিছিল মহাৰাষ্ট্ৰ আৰক্ষীয়ে।

পিছে এতিয়া কুকুৰ আৰু বান্দৰৰ এই চৰম শত্ৰুতাৰ অৱসান ঘটিছে। মিত্ৰতাৰ চুক্তিত স্বাক্ষৰ কৰিছে দুয়ো পক্ষই। শেহতীয়াকৈ ভাইৰেল হোৱা এটা চমু ভিডিঅ’ৰ পিছত এইদৰেই মন্তব্য কৰিছে বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে। পিছে এই বিশেষ ভিডিঅ’টোত আছে কি !

ভাইৰেল হোৱা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে এটা বান্দৰে এখন দোকানত ওলোমাই ৰখা চিপছৰ পেকেট চুৰিৰ আপ্ৰাণ চেষ্টা চলাইছে। পিছে প্ৰায়ে ব্যৰ্থ হোৱাৰ পিছত কাষতে থকা এটা কুকুৰ বান্দৰটোৰ সহায়ৰ বাবে আগবাঢ়ি আহে। এইবাৰ বান্দৰটোৱে কুকুৰটোৰ পিঠিত উঠি চিপছ চুৰিৰ অভিযানত নামি পৰে।

 

The 🐒 trying to pick up a packet of chips with the help of 🐕 is the cutest thing you will watch today ❣️❣️. #goodmorning #dog #dogs #monkey #monkeys #animal #AnimalLovers #cute #lovable #adorable #friendship #bond #team pic.twitter.com/bkMAEU13NC

— Tarana Hussain (@hussain_tarana) May 8, 2022

এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক মনোৰঞ্জনৰ খোৰাক যোগাইছে ভিডিঅ’টোৱে। কুকুৰ আৰু বান্দৰৰ এই মিত্ৰতাক প্ৰাণভৰি উপভোগ কৰিছে সকলোৱে।

পূৰ্বৰে পৰা প্ৰচলন হৈ অহা ‘বান্দৰ আৰু কুকুৰ বন্ধু হ’ব নোৱাৰে’ ধাৰণাটোক স্পষ্ট ৰূপত ভুল বুলি প্ৰমাণিত কৰিছে এই ভিডিঅ’টোৱে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd