• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফোন বেচাৰ আগতে এইকেইটা কাম কৰিবলৈ ভুলতো নাপাহৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2020 8:56 pm
Don't forget to do these things before selling your smartphone

ছবি সৌজন্য-- News Crab

33.3k
VIEWS
Share on FacebookShare on Twitter

পুৰণা স্মাৰ্টফোন এটা বেচাটো তেনেই সহজ, কিন্তু ই কেতিয়াবা আপোনাৰ বাবে বিপদজনকো হ’ব পাৰে।

বহুলোকে কেৱল নিজৰ ছিম আৰু এছ ডি কাৰ্ডখনহে পুৰণা ফোনটোৰ পৰা উলিয়াই ৰাখে।

বহুতে নিজৰ একাউণ্টসমূহ লগ আউট কৰিবলৈ পাহৰি যায়, ফলত ফোনটোত থকা ডেটাখিনি বেলেগৰ হাতত পৰাৰ সম্ভাৱনা থাকে।

সেয়ে আমি আপোনালৈ আগবঢ়াইছো তলৰ টিপছ কেইটা:

  1. ফোনটোত থকা চ’চিয়েল মিডিয়া এপ যেনে—ফে’চবুক, টুইটাৰ আদিৰ পৰা লগ আউট কৰক। তাৰ পিছতে ফোনটোৰ ছেটিঙত গৈ ফেক্তৰি ছেটিং ৰিছেট কৰক। তাৰ পিছত সকলো ডেটা ডিলিট কৰি দিয়ক।
  2. ফোন এটা বিক্ৰী কৰাৰ আগতে আপোনাৰ প্ৰয়োজনীয় ডেটাখিনিৰ বেক আপ ৰাখক। তাৰ বাবে ছেটিঙলৈ গৈ বেক আপ অপচন বাচি লওক। ডেটাসমূহ আপুনি গুগল ড্ৰাইভত সাঁচি থ’ব পাৰে।
  3. ফোনটো বেচাৰ আগতে আপোনাৰ গুগল একাউণ্টৰ পৰা লগ আউট কৰাটো কেতিয়াও নাপাহৰিব। তাৰ বাবে আপুনি ছেটিঙলৈ গৈ “ৰিমুভ” অপচন বাচি ল’ব।
  4. ফোনটো বেচাৰ আগতে ছেভ হৈ থকা পাছৱৰ্ডসমূহ আঁতৰ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। তাৰ বাবে আপুনি ফোনত থকা ব্ৰাউজাৰলৈ গৈ আপোনাৰ বিভিন্ন পাছৱৰ্ডসমূহ আঁতৰ কৰাৰ অপচন বাচি ল’ব পাৰে।

Recent News

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd