• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাল খবৰ! প্ৰথম অসমীয়া হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পালে ড০ ৰূপম শৰ্মাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2023 7:12 am
638
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ড০ ৰূপম জ্যোতি শৰ্মা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হৈছে।

ড০ শৰ্মাক হোৱাইট হাউছ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেলো (পিআইএফ) হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাষ্ট্ৰপতি ইনোভেচন ফেলো (পিআইএফ) হৈছে কৌশলগত জ্যেষ্ঠ উপদেষ্টাৰ এটা গোট যিয়ে সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাৰ নেতাসকলৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে।

তেওঁলোক সাধাৰণতে এজেন্সীৰ অসামৰিক সেৱাৰ কৰ্মচাৰীৰ প্ৰতিষ্ঠানিক জ্ঞান থকা বিষয় বিশেষজ্ঞ।

ডাঃ ৰূপম জ্যোতি শৰ্মাই “এডভান্সড ৰিচাৰ্চ প্ৰজেক্টছ এজেন্সী ফৰ হেল্থ” (ARPA-H)ৰ বাবে সংস্থাটোৰ দায়িত্বত আছে।

১০ এপ্ৰিলত শপত গ্ৰহণ কৰা ৰূপমে ১৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া “হোৱাইট হাউছ ৱেলকাম” অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

ড° ৰূপম জ্যোতি শৰ্মাৰ ঘৰ অসমৰ যোৰহাটত। তেওঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। বৰ্তমান তেওঁ কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্টোৰ বাসিন্দা।

ৰূপমে আমেৰিকালৈ গৈ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ, ব্যৱস্থাপনাত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰি কৃত্ৰিম বুদ্ধিমত্তা আৰু অটিজিমৰ ওপৰত গৱেষণা কৰে।

তেওঁ পিআইএফ ২০২৩ৰ বাবে নিযুক্তি পোৱাৰ পূৰ্বে কেলিফৰ্ণিয়াত মুখ্য তথ্য বিষয়া (চিআইঅ’) হিচাপে কাম কৰি আছিল।

উল্লেখযোগ্য যে ড° শৰ্মাৰ বাহিৰেও প্ৰযুক্তি, স্বাস্থ্যসেৱা সংস্থা, বিত্তীয় সেৱাকে ধৰি  বহুতত বিভিন্ন ক্ষেত্ৰৰ পৰা আন ঊনৈশজন পিআইএফ ফেলোক নিৰ্বাচিত কৰা হৈছে।

Recent News

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd