• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰাপানেৰে ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধ কৰিব পাৰি নে? কি কয় WHO এ?

সমগ্ৰ বিশ্বত এতিয়ালৈকে কিমানজন আক্ৰান্ত হৈছে আৰু কিমান মানুহৰ মৃত্যু হৈছে ক'ৰ'না ভাইৰাছৰ দ্বাৰা?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 9:19 pm
11ad27d3637009f14a037845859ba4d176
6.8k
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে ভাৰতবৰ্ষত ৩১ জন মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে।

ক’ৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ বিভিন্ন বিধান সৰ্বত্ৰে চৰ্চা হোৱা দেখা গৈছে।

আনকি প্ৰচাৰ চলিছে যে সুৰাপানেৰে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰি।

কিন্তু এই প্ৰচাৰ কিমান সত্য?

WHO কি কৈছে এই সংক্ৰান্তত ?

চ’ছিয়েল মিডিয়াত বহুল প্ৰচাৰ লাভ কৰিছে যে সুৰাপানৰ দ্বাৰা ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ লগতে ধ্বংসও কৰিব পাৰি।

কিন্তু WHOএ কৈছে যে সুৰাপানে মাৰাত্মক ক’ৰ’না ভাইৰাছ ধ্বংস কৰাতো বাদেই প্ৰতিৰোধো কৰিব নোৱাৰে। ই অপপ্ৰচাৰহে।

গতিকে এনে অপপ্ৰচাৰ তথা উৰা বাতৰিত ভুল নাযাবলৈ WHOএ আহ্বান জনাইছে।

WHOএ কৈছে যে চাবোনেৰে হাত ধুই পৰিষ্কাৰকৈ ৰাখিলে এই ভাইৰাছক প্ৰতিৰোধ কৰিব পাৰি।

উল্লেখ্য যে এতিয়ালৈকে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায় ১ লাখৰো অধিক মানুহ এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু ৩০০০ হাজাৰো অধিক মানুহৰ মৃত্যু ঘটিছে।

সমগ্ৰ বিশ্বত আজি অৰ্থাৎ শনিবাৰলৈকে ১,০১,৪৯২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৪৮৫ জন লোকৰ মৃত্যু ঘটিছে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd