• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান, গাখীৰ খালে আপুনিও ভুগিব পাৰে ব্ৰেষ্ট কেঞ্চাৰ ৰোগত!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোমা লিণ্ডা বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ গৱেষণাত এই কথা পোহৰলৈ আহিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2020 4:13 pm
গাখীৰ
2.2k
VIEWS
Share on FacebookShare on Twitter

গাখীৰ খালে মহিলাই ভুগিব পাৰে ব্ৰেষ্ট কেঞ্চাৰত।

আমেৰিকাৰ এদল গৱেষকে এই কথা দাবী কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোমা লিণ্ডা বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ গৱেষণাত এই কথা পোহৰলৈ আহিছে।

গৱেষক দলটোৱে কৈছে যে ‘গাখীৰ খালে মহিলাই ব্ৰেষ্ট কেঞ্চাৰত ভোগাৰ শক্তিশালী প্ৰমাণ গৱেষণাত বিচাৰি পোৱা গৈছে।’ ইন্টাৰনেশ্যনেল জাৰ্ণেল অৱ এপডেমিঅ’ল’জি’ নামৰ গৱেষণা পত্ৰখনত প্ৰকাশিত গৱেষণা কৰ্মত গৱেষকদলে দাবী কৰিছে যে গাখীৰ খালে মহিলাসকলৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ আশংকা ৮০ শতাংশলৈ বৃদ্ধি পাব পাৰে।

‘দৈনিক এটা কাপৰ এক চতুৰ্থাংশ বা একতৃতীয়াংশ পৰিমাণৰ গাখীৰ খালে ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ আশংকা ৩০ শতাংশ বাঢ়ে।’ লোমা লিণ্ডা বিশ্ববিদ্যালয়ৰ ক’-এথৰ ই. ফ্ৰেচাৰে এইদৰে কয়। ‘দৈনিক একাপকৈ গাখীৰ খালে ৫০ শতাংশলৈ আৰু দৈনিক দুকাপ খালে ৭০ শতাংশলৈ এই সম্ভাৱনা বৃদ্ধি পায়।’ ফ্ৰেচাৰে কয়।

এই গৱেষণাৰ বাবে উত্তৰ আমেৰিকাৰ প্ৰায় ৫৩,০০০ হাজাৰ মহিলাৰ ওপৰত অধ্যয়ন কৰা হৈছিল। ইয়াৰে একাংশ আছিল কেঞ্চাৰমুক্ত আৰি আন একাংশ ৮ বছৰৰ পৰা কেঞ্চাৰত আক্ৰান্ত মহিলা আছিল। অধ্যয়ন কালত মহিলাসকলৰ পৰিয়ালৰ জনগাঁথনি, পৰিয়ালত কোনো ব্ৰেষ্ট কেঞ্চাৰ ৰোগী আছেনে, শাৰীৰিক কৰ্ম, মাদ্যক দ্ৰব্য পান, হ’ৰমন সংক্ৰান্ত্ৰীয়, হ’ৰমন আৰু ঔষধ প্ৰয়োগ সম্বন্ধীয়, ব্ৰেষ্ট কেঞ্চাৰৰ স্ক্ৰীণিং, গাইন’ল’জিকেল সমস্যা আদিৰ বিষয়ে অধ্যয়ন কৰা হৈছিল।

এই অধ্যয়নৰ অন্তত ১,০৫৭ গৰাকী নতুন ব্ৰেষ্ট কেঞ্চাৰ ৰোগী চিনাক্ত হৈছিল আৰু গৱেষক দলটোৱে গাখীৰ খোৱাৰ বাবেই এইসকল মহিলাই ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হোৱা বুলি ব্যক্ত কৰিছে।

‘গাখীৰৰ কিছুমান ধনাত্মক নিউট্ৰিশ্যনেল গুণ আছে, সন্তুলিত পৰিমাণে ইয়াক গ্ৰহণ কৰিলেহে ইয়াৰ পৰা উপকাৰ পাব পাৰি। এই অধ্যয়নে আৰু অধিক গেৱষণাৰ দাবী কৰে।’ ফ্ৰেচাৰে এইদৰে কয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd