• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান, গাখীৰ খালে আপুনিও ভুগিব পাৰে ব্ৰেষ্ট কেঞ্চাৰ ৰোগত!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোমা লিণ্ডা বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ গৱেষণাত এই কথা পোহৰলৈ আহিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2020 4:13 pm
গাখীৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাখীৰ খালে মহিলাই ভুগিব পাৰে ব্ৰেষ্ট কেঞ্চাৰত।

আমেৰিকাৰ এদল গৱেষকে এই কথা দাবী কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোমা লিণ্ডা বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ গৱেষণাত এই কথা পোহৰলৈ আহিছে।

Apply Now

গৱেষক দলটোৱে কৈছে যে ‘গাখীৰ খালে মহিলাই ব্ৰেষ্ট কেঞ্চাৰত ভোগাৰ শক্তিশালী প্ৰমাণ গৱেষণাত বিচাৰি পোৱা গৈছে।’ ইন্টাৰনেশ্যনেল জাৰ্ণেল অৱ এপডেমিঅ’ল’জি’ নামৰ গৱেষণা পত্ৰখনত প্ৰকাশিত গৱেষণা কৰ্মত গৱেষকদলে দাবী কৰিছে যে গাখীৰ খালে মহিলাসকলৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ আশংকা ৮০ শতাংশলৈ বৃদ্ধি পাব পাৰে।

‘দৈনিক এটা কাপৰ এক চতুৰ্থাংশ বা একতৃতীয়াংশ পৰিমাণৰ গাখীৰ খালে ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ আশংকা ৩০ শতাংশ বাঢ়ে।’ লোমা লিণ্ডা বিশ্ববিদ্যালয়ৰ ক’-এথৰ ই. ফ্ৰেচাৰে এইদৰে কয়। ‘দৈনিক একাপকৈ গাখীৰ খালে ৫০ শতাংশলৈ আৰু দৈনিক দুকাপ খালে ৭০ শতাংশলৈ এই সম্ভাৱনা বৃদ্ধি পায়।’ ফ্ৰেচাৰে কয়।

এই গৱেষণাৰ বাবে উত্তৰ আমেৰিকাৰ প্ৰায় ৫৩,০০০ হাজাৰ মহিলাৰ ওপৰত অধ্যয়ন কৰা হৈছিল। ইয়াৰে একাংশ আছিল কেঞ্চাৰমুক্ত আৰি আন একাংশ ৮ বছৰৰ পৰা কেঞ্চাৰত আক্ৰান্ত মহিলা আছিল। অধ্যয়ন কালত মহিলাসকলৰ পৰিয়ালৰ জনগাঁথনি, পৰিয়ালত কোনো ব্ৰেষ্ট কেঞ্চাৰ ৰোগী আছেনে, শাৰীৰিক কৰ্ম, মাদ্যক দ্ৰব্য পান, হ’ৰমন সংক্ৰান্ত্ৰীয়, হ’ৰমন আৰু ঔষধ প্ৰয়োগ সম্বন্ধীয়, ব্ৰেষ্ট কেঞ্চাৰৰ স্ক্ৰীণিং, গাইন’ল’জিকেল সমস্যা আদিৰ বিষয়ে অধ্যয়ন কৰা হৈছিল।

এই অধ্যয়নৰ অন্তত ১,০৫৭ গৰাকী নতুন ব্ৰেষ্ট কেঞ্চাৰ ৰোগী চিনাক্ত হৈছিল আৰু গৱেষক দলটোৱে গাখীৰ খোৱাৰ বাবেই এইসকল মহিলাই ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হোৱা বুলি ব্যক্ত কৰিছে।

‘গাখীৰৰ কিছুমান ধনাত্মক নিউট্ৰিশ্যনেল গুণ আছে, সন্তুলিত পৰিমাণে ইয়াক গ্ৰহণ কৰিলেহে ইয়াৰ পৰা উপকাৰ পাব পাৰি। এই অধ্যয়নে আৰু অধিক গেৱষণাৰ দাবী কৰে।’ ফ্ৰেচাৰে এইদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd