• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; জন্মদাত্ৰী মাতৃকে হত্যা কৰিলে ড্ৰাগছ আসক্ত পুত্ৰই

এন ই নাও নিউজ, কোকৰাঝাৰ by এন ই নাও নিউজ, কোকৰাঝাৰ
June 25, 2024 9:20 am
আৰক্ষীৰ জিম্মাত অভিযুক্ত পদো ব্ৰহ্ম।

আৰক্ষীৰ জিম্মাত অভিযুক্ত পদো ব্ৰহ্ম।

3.5k
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জন্মদাত্ৰী মাতৃক নিৰ্মমভাৱে হত্যা কৰিলে নিজ পুত্ৰই। পাৰ্বতী ব্ৰহ্ম (৮০) নামৰ জন্মদাত্ৰী মাতৃক হত্যা কৰিছে পুত্ৰ পদো ব্ৰহ্মই। পুত্ৰ পদো ব্ৰহ্ম ড্ৰাগছ আসক্ত আছিল।

মাতৃৰ পৰা ধন বিচাৰি নোপোৱা বাবে এই হত্যা কাণ্ড সংঘটিত কৰে পুত্ৰই। মাতৃ হত্যাকাৰী পদো ব্ৰহ্ম আছিল দ্বিতীয় পুত্ৰ।

ড্ৰাগছ আসক্ত ৩৫ বছৰীয়া পদো ব্ৰহ্ম কোকৰাঝাৰৰ ৮ নং ৱাৰ্ডৰ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নগেন ব্ৰহ্মৰ পুত্ৰ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মাতৃ হত্যাকাৰী পুত্ৰ পদো ব্ৰহ্মক গ্ৰেপ্তাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে।

লগতে পঢ়কঃ আঁউসীৰ ধাৰ সুজিলে পূৰ্ণিমাত! ৰোহিতময় মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত

কোকৰাঝাৰ চহৰৰ হাতিমাতাত সোমবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্য হত্যাকাণ্ড।

ঘটনাটোৱে বি টি আৰ মুখ্য সদৰ কোকৰাঝাৰত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

ড্ৰাগছ আসক্ত পদো ব্ৰহ্মক মাতৃ আৰু পিতৃয়ে সুস্থ কৰিবলৈ পুৰ্বতে ড্ৰাগছ পুনৰ্বাসন কেন্দ্ৰত ৰাখিছিল। কিন্তু মাতৃ আৰু পিতৃৰ নিজৰ সন্তানক সুস্থ কৰা সপোন বাস্তৱ নহল।

জানিব পৰা মতে, পুৰ্বতেও মাতৃ আৰু পিতৃৰ লগত কাজিয়া সৃষ্টি কৰি আহিছিল পুত্ৰ পদো ব্ৰহ্মই ।

লগতে পঢ়কঃ মঙলদৈত আপৰ জিলা সভাপতিক হত্যাৰ ভাবুকি

চোকা অস্ত্ৰৰে নে অন্য উপায়ে মাতৃক হত্যা কৰিলে সেই সম্পৰ্কত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd