• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰিমগঞ্জত আটক ড্ৰাগছ সৰবৰাহকাৰী; ১.৩০কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2022 8:27 am
WhatsApp Image 2022-01-22 at 8.08.58 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু অসম আৰক্ষীৰ এক যৌথ অভিযানত কৰিমগঞ্জ জিলাত ১.৩০কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে।

ড্ৰাগছৰ চোৰাং বেহা চলি থকাৰ বিশেষ তথ্য লাভ কৰাৰ পাছত বিএছএফৰ সাত নং বেটেলিয়ন আৰু কৰিমগঞ্জ জিলা আৰক্ষীৰ এটা দলে এক যৌথ অভিযান চলাইছিল।

অভিযানকাৰী দলে পাছত এখন নিষিদ্ধ ড্ৰাগছ বজাই কৰা বাহনো ধৰা পেলায়।

লগতে পঢ়ক: Priyanka Chopra: গোপনে ৰাখিব বিচাৰিছে খৱৰটো! মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা

অভিযানৰ সময়ত এজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰা হয়।

বাতৰি অনুসৰি, অভিযানত ১.৩০ কোটি টকা মূল্যৰ ২৬,০০০ য়াবা টেবলেট বাহনখনৰ পৰা উদ্ধাৰ কৰা হয়।

এই সন্দর্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে।      

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am
বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

August 22, 2025 8:24 am
নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am
বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

August 22, 2025 8:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd