• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Priyanka Chopra: গোপনে ৰাখিব বিচাৰিছে খৱৰটো! মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2022 7:54 am
WhatsApp Image 2022-01-22 at 7.22.03 AM
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰিয়ংকা চোপ্ৰা মাতৃ হ’ল। শুকুৰবাৰে নিজেই সেই খৱৰটো ৰাজহুৱা কৰিলে। অৱশ্যে ছচিয়েল মিডিয়া যোগে খৱৰটো জানিবলৈ দি প্ৰিয়ংকাই লিখিছে যে এতিয়াই আৰু অধিক তেওঁলোকে জনাব নিবিচাৰে।আনেও বিষয়টোৰ গোপনীয়তা ৰক্ষা কৰাটো বিচাৰিছে ‘দেশী গার্লে’।

ছাৰোগেছি অৰ্থাৎ ভাৰাতীয়া মাতৃৰ সহায়ত প্ৰিয়ংকা আৰু নিক মাতৃ-পিতৃ হৈছে। ইয়াকে লৈ তেওঁলোক অতি আনন্দিত বুলিও ছচিয়েল মিডিয়াত জানিবলৈ দিয়ে।

বাতৰি অনুসৰি, তেওঁলোকৰ এটি কন্যা সন্তান হৈছে। কিন্তু সেই সন্তানটি এতিয়া ক’ত আছে সেই কথা প্ৰিয়ংকাই জনোৱা নাই।

Apply Now

লগতে পঢ়ক: ধৰ্ষণৰ গোচৰত ব্ৰাজিলৰ ফুটবলাৰ ৰবিনহোৱে খাটিবই লাগিব ৯বছৰৰ কাৰাবাস

একাংশ সংবাদ মাধ্যমৰ মতে তেওঁলোকৰ কন্যা সন্তানটি এতিয়া দক্ষিণ কেলিফ’ৰ্ণিয়াৰ এখন হাস্পাতলত আছে।

উল্লেখ্য যে কেইদিনমান আগতে এখন আন্তৰ্জাতিক ফেশ্বন মেগাজিনক দিয়া সাক্ষাৎকাৰত প্ৰিয়ংকা জানিবলৈ দিছিল যে তেওঁ আৰু নিকে সন্তানৰ কথা চিন্তা কৰিছে।

প্ৰিয়ংকাই কৈছিল,’’আমাৰ ভৱিষ্যৎ পৰিকল্পনাৰ বহু অংশ জুৰি ৰৈছে সন্তান। ইশ্বৰৰ আশীৰ্বাদত যেতিয়া সন্তান হ’ব লাগে, তেতিয়া নিশ্চয় হ’ব।‘’

তেতিয়াই বহুতে প্ৰিয়ংকা-নিকৰ জীৱনলৈ ভাল খৱৰ আহিবলৈ ধৰিছে বুলি অনুমান কৰিছিল।

লগতে পঢ়ক:বিশ্বপ্ৰসিদ্ধ সাহিত্যিক মাৰ্কুৱেজৰ গোপন প্ৰেমৰ স্বাক্ষৰ! কি সম্পৰ্ক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে!

পূৰ্বে প্ৰিয়ংকাই কৈছিল যে তেওঁৰ হাতত প্ৰবল কামৰ চাপ তথা ব্যস্ততা আছে যদিও তেওঁ পৰিয়াল বিচাৰে, পৰিয়ালক সময় দিব বিচাৰে। তেওঁৰ সন্তানৰ ইচ্ছাৰ কথাও কেতিয়াও এৰি চলা নাছিল।

ইতিমধ্যে প্ৰিয়ংকাৰ মাতৃ হোৱাৰ খৱৰটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিভিন্নজনে শুভেচ্ছাও জনাইছে।  প্ৰিয়ংকা আৰু নিকৰ সংসাৰক লৈ চলি অহা বিভিন্ন নেতিবাচক চৰ্চাক উৰুৱাই দি নতুন ভূমিকা পালনৰ বাবে আগবাঢ়িছে তাৰকা দম্পতি।

ইপিনে, ছচিয়েল মিডিয়াত অকল প্ৰিয়ংকাই নহয়, নিকেও এই ভাল খৱৰটো শ্বেয়াৰ কৰিছে।     

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd