DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্ষণৰ গোচৰত ব্ৰাজিলৰ ফুটবলাৰ ৰবিনহোৱে খাটিবই লাগিব ৯বছৰৰ কাৰাবাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2022 8:09 am
Robinho

ৰবিনহো।

132
VIEWS
Share on FacebookShare on Twitter

ধৰ্ষণৰ এক গোচৰত ২০১৭ চনতেই ইটালীৰ এখন আদালতে দোষী সাৱ্যস্ত কৰিছিল ব্ৰাজিলৰ ফুটবলাৰ তথা এ চি মিলান আৰু মেন চিটিৰ প্ৰাক্তন ফুটবলাৰ ৰবিনহোক। এই গোচৰতে তেওঁৰ আন এগৰাকী বন্ধু ৰিকাৰ্ডকো দোষী সাৱ্যস্ত কৰা হয়।

ৰবিনহোনক ৯ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। তাৰ পাছত তেওঁ বাৰে বাৰে এই ৰায়ৰ বিৰুদ্ধে আবেদন কৰি আহিছিল। প্ৰতিবাৰেই আদালতে তেওঁৰ আবেদন নাকচ কৰি আহিছিল।

এতিয়া অন্তিমবাৰৰ বাবে আবেদন নাকচ হোৱাৰ পাছত আৰু আবেদন কৰাৰ সুযোগ নাই ৰবিনহোৰ। সেয়ে ৯বছৰ কাৰাবাস খটাৰ বিকল্প নাই খেলুৱৈগৰাকীৰ।

লগতে পঢ়ক: আইচিচি- ৰ ২০২১ বৰ্ষৰ টেষ্ট দল ঘোষণা: দলত অন্তৰ্ভূক্ত তিনি ভাৰতীয় ক্ৰিকেটাৰ

অৱশ্যে ৰবিনহোৰ বাবে এটা সুবিধা আছে আৰু সেয়া হ’ল তেওঁ বিচাৰিলে এই কাৰাবাস ব্ৰাজিলতো খাটিব পাৰে। এইক্ষেত্ৰত তেওঁলোকে ব্ৰাজিল প্ৰশাসনৰ  সৈতে কথা পাতিব যদিও ব্ৰাজিল চৰকাৰ এই প্ৰস্তাৱত মান্তি হোৱাৰ কোনো নিশ্চয়তা নাই।

আনহাতে, এই গোচৰত আন চাৰিগৰাকী অভিযুক্ত গোচৰ চলি থকা সময়তে ইটালী ত্যাগ কৰি তেওঁলোকৰ দেশ ব্ৰাজিললৈ গুচি যায়। তেওঁলোকৰ বিৰুদ্ধেও পুনৰ গোচৰৰ বিচাৰ আৰম্ভ কৰিব বুলি কোৱা হৈছে। 

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd