• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বপ্ৰসিদ্ধ সাহিত্যিক মাৰ্কুৱেজৰ গোপন প্ৰেমৰ স্বাক্ষৰ! কি সম্পৰ্ক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2022 6:04 pm
Indira Gandhi
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাহিত্যৰ ভূ ৰখা পাঠক সকলৰ বাবে গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কুৱেজ এটা পৰিচিত নাম। এই বিশ্ব বিখ্যাত সাহিত্যিক গৰাকীৰ সৈতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এক সম্পৰ্কৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে।

অৱশ্যে চৰ্চালৈ অহা বিষয়টো ইন্দিৰা গান্ধীৰ সৈতে মাৰ্কুৱেজৰ প্ৰত্যক্ষ সম্পৰ্কৰ বাবে নহয়, আন এটা কাৰণতহে এই সম্পৰ্ক চৰ্চিত হৈ পৰিছে।

Apply Now

ব্ৰিটেইনৰ দ্য টাইমছে এক প্ৰতিবেদনত এই সম্পৰ্কৰ বিষয়ে পোহৰলৈ আহিছে। দৰাচলতে কলম্বিয়াত জন্মগ্ৰহণ কৰা ন’বেল বঁটা বিজয়ী মাৰ্কুৱেজ ১৯৯০ ৰ দশকত মেক্সিকান লেখিকা চুচানা কাটোৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে।

দুয়োৰে এগৰাকী কন্য আছিল আৰু প্ৰাক্তন ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নামৰ আধাৰত এই কন্যাগৰাকীৰ নাম ইন্দিৰা ৰখা হৈছিল বুলি দ্য টাইমছে বুধবাৰে প্ৰকাশ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে সমগ্ৰ বিশ্বতে জনপ্ৰিয় মাৰ্কুৱেজে ইন্দিৰা গান্ধীক উচ্চ প্ৰশংসা কৰিছিল। ১৯৮২ চনত মাৰ্কুৱেজে সাহিত্যৰ ন’বেল বঁটা লাভ কৰাৰ সময়ত তেওঁক অভিনন্দন জনোৱা প্ৰথম ব্যক্তি আছিল ইন্দিৰা গান্ধী।

মাৰ্কুৱেজে তেওঁতকৈ ৩৩ বছৰ সৰু কাটোৰ সৈতে দুখন চলচ্চিত্ৰচিত্ৰত কাম কৰিছিল। তেতিয়াই দুয়োৰে মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে আৰু এই ঘনিষ্ঠতাৰ সূত্ৰেই তেওঁলোকৰ কন্যা সন্তানগৰাকীৰ জন্ম হয়।

বৰ্তমান ৩০ বৰ্ষীয় ইন্দিৰা কাটোৱে পিছত তেওঁৰ মাতৃৰ উপাধি গ্ৰহণ কৰে। ইন্দিৰা কাটো বৰ্তমান মেক্সিকো চিটিৰ এগৰাকী বিখ্যাত তথ্যচিত্ৰ প্ৰযোজক। তেওঁ মেক্সিকোৰ মাজেৰে যোৱা প্ৰব্ৰজনকাৰীসকলৰ ওপৰত ২০১৪ চনৰ এখন তথ্যচিত্ৰৰ বাবে কেইবাটাও বঁটা লাভ কৰিছে।

মাৰ্কুৱেজৰ দীৰ্ঘদিনীয়া গোপন সম্পৰ্ক প্ৰকাশ হোৱাৰ দুদিন পিছত ইন্দিৰা কাটোৰ নামৰ উৎপত্তি সম্পৰ্কে দ্য টাইমছৰ প্ৰতিবেদনত প্ৰতিফলিত হৈছে। কলম্বিয়াৰ বাতৰি কাকত এল ইউনিভাৰ্চেলে দেওবাৰে মাৰ্কুৱেজৰ এই গোপন সম্পৰ্কৰ কথা প্ৰথমবাৰৰ বাবে প্ৰতিবেদন প্ৰকাশ কৰিছিল।

সাহিত্যিক গৰাকীৰ মৃত্যুৰ প্ৰায় আঠ বছৰ পিছত এই গোপন সম্পৰ্কৰ কথা উন্মোচিত হৈছে।

টাইমছৰ প্ৰতিবেদনত কোৱা হৈছে যে ইন্দিৰা কাটোৰ জন্মৰ সময়ত গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কুৱেজ পাঁচ দশক ধৰি মাৰ্চিডিজ বৰচাৰ সৈতে সুখেৰে সাংসাৰিক জীৱনত আৱদ্ধ হৈ আছিল আৰু তেওঁলোকৰ দুটা সন্তান আছিল।

মাৰ্কুৱেজৰ পৰিয়ালৰ সদস্যসকলে ২০২০ চনৰ আগষ্টত মৃত্যু হোৱা বৰচাৰ প্ৰতি সন্মানৰ বাবে পূৰ্বে মাৰ্কুৱেজৰ গোপন সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰা নাছিল বুলি এল ইউনিভাৰ্চেলৰ প্ৰতিবেদনত কোৱা হৈছে।

ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইন্দিৰা কাটোৰ সৈতে সম্পৰ্কত থকা মাৰ্কুৱেজৰ ভতিজা গেব্ৰিয়েল এলিজিঅ টৰেছ গাৰ্ছিয়াই কয় যে মাৰ্কুৱেজৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰক্ষা কৰা চুচানাই তেওঁৰ জীয়েকৰ বংশৰ বিষয়েও আলোকপাতৰ পৰা আঁতৰাই ৰাখিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd