• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহি আছে পঞ্চায়ত নিৰ্বাচন : নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ ঘৰত উদ্ধাৰ ৫০ লাখ টকাৰ ড্ৰাগছ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 27, 2024 5:32 pm
202
VIEWS
Share on FacebookShare on Twitter

আহি আছে ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। ত্ৰিপুৰাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বি এছ এফে এগৰাকী বিজেপি প্ৰাৰ্থীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে প্ৰায় ৫০ লাখ টকাৰ ড্ৰাগছ।

প্ৰতিবেদন অনুসৰি ধনপুৰ গ্ৰাম পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী বচ্চু মিঞাৰ ঘৰত গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি বিএছএফ আৰু আৰক্ষীয়ে অভিযান চলায়।

তালাচীৰ সময়ত নেতাগৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হয়। যাৰ আনুমানিক মূল্য ৫০ লাখ টকাৰো অধিক।

উদ্ধাৰ হোৱা ড্ৰাগছখিনি জব্দ কৰিছে বি এছ এফে। এই ড্ৰাগছ সমূহৰ ভিতৰত আছে ৩৫ কেজি গাঞ্জা আৰু ৩৭৬০ বটল ফেনচিডাইল। জব্দ কৰা ড্ৰাগছখিনি বিএছএফৰ বল্লদেপা শিবিৰলৈ লৈ যোৱা হয়। অৱশ্যে ড্ৰাগছ উদ্ধাৰ কৰি উভতি অহাৰ পথত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে বিএছএফৰ জোৱানক গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুতৰ হিচাপে সেনাইয়ো গুলীচালনা কৰে। সেনাৰ গুলীত দুষ্কৃতিকাৰীয়ে পলায়ন কৰে।

এই ঘটনাত বাওঁপন্থীয়ে বিজেপিক লক্ষ্য কৰি লৈছে। চিপিআইএমৰ জিলা সম্পাদক ভানুলাল সাহাই কয়, ‘বিজেপিয়ে কাক মনোনীত কৰিছে? এইবোৰ পৰিঘটনা তাৰ প্ৰমাণ।’

প্ৰসংগক্ৰমে অহা ৮ আগষ্টত ত্ৰিপুৰাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ১২ আগষ্টত ভোট গণনা কৰা হ’ব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাত ৭০ শতাংশতকৈ অধিক আসনত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে বিজেপিয়ে। ৬,৩৭০খন গ্ৰাম পঞ্চায়তৰ আসনৰ ভিতৰত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৪৫৫০খন আসন লাভ কৰে। ২৩৫খন পঞ্চায়ত সমিতি আৰু ২০খন জিলা পৰিষদৰ আসনত বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰে।

২০১৯ চনৰ ত্ৰিপুৰা পঞ্চায়ত নিৰ্বাচনত গ্ৰাম পঞ্চায়তৰ ৮৬ শতাংশ আসনত বিনা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল বিজেপিৰ প্ৰাৰ্থী। কিন্তু এতিয়া বিজেপি নেতাৰ ঘৰত ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

বানাক্ৰান্ত গুৱাহাটী! কৃত্ৰিম বানৰ কবলত গুৱাহাটীৰ কোনসমূহ অঞ্চল?

বানাক্ৰান্ত গুৱাহাটী! কৃত্ৰিম বানৰ কবলত গুৱাহাটীৰ কোনসমূহ অঞ্চল?

দেশপ্ৰেমৰ নামত এই উন্মাদনা বন্ধ কৰক: অসম নাগৰিক সমাজ

দেশপ্ৰেমৰ নামত এই উন্মাদনা বন্ধ কৰক: অসম নাগৰিক সমাজ

মেঘালয় আৰু মিজোৰামত চলা এফচিআই ট্ৰাকসমূহৰ বিৰুদ্ধে ব্যাপক অভাৰলোডিঙৰ অভিযোগ! বিষয়াসকলৰ ওপৰত প্ৰশ্নচিহ্ন

মেঘালয় আৰু মিজোৰামত চলা এফচিআই ট্ৰাকসমূহৰ বিৰুদ্ধে ব্যাপক অভাৰলোডিঙৰ অভিযোগ! বিষয়াসকলৰ ওপৰত প্ৰশ্নচিহ্ন

মাজনিশা ভয়ানক বিস্ফোৰণ, বিধ্বস্ত দুমহলীয়া ফটকা কাৰখানা; নিহত ৫জন, গুৰুতৰভাৱে আহত ৩৪ জন

মাজনিশা ভয়ানক বিস্ফোৰণ, বিধ্বস্ত দুমহলীয়া ফটকা কাৰখানা; নিহত ৫জন, গুৰুতৰভাৱে আহত ৩৪ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd