• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

আহি আছে পঞ্চায়ত নিৰ্বাচন : নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ ঘৰত উদ্ধাৰ ৫০ লাখ টকাৰ ড্ৰাগছ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 27, 2024 5:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহি আছে ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। ত্ৰিপুৰাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বি এছ এফে এগৰাকী বিজেপি প্ৰাৰ্থীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে প্ৰায় ৫০ লাখ টকাৰ ড্ৰাগছ।

প্ৰতিবেদন অনুসৰি ধনপুৰ গ্ৰাম পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী বচ্চু মিঞাৰ ঘৰত গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি বিএছএফ আৰু আৰক্ষীয়ে অভিযান চলায়।

Apply Now

তালাচীৰ সময়ত নেতাগৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হয়। যাৰ আনুমানিক মূল্য ৫০ লাখ টকাৰো অধিক।

উদ্ধাৰ হোৱা ড্ৰাগছখিনি জব্দ কৰিছে বি এছ এফে। এই ড্ৰাগছ সমূহৰ ভিতৰত আছে ৩৫ কেজি গাঞ্জা আৰু ৩৭৬০ বটল ফেনচিডাইল। জব্দ কৰা ড্ৰাগছখিনি বিএছএফৰ বল্লদেপা শিবিৰলৈ লৈ যোৱা হয়। অৱশ্যে ড্ৰাগছ উদ্ধাৰ কৰি উভতি অহাৰ পথত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে বিএছএফৰ জোৱানক গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুতৰ হিচাপে সেনাইয়ো গুলীচালনা কৰে। সেনাৰ গুলীত দুষ্কৃতিকাৰীয়ে পলায়ন কৰে।

এই ঘটনাত বাওঁপন্থীয়ে বিজেপিক লক্ষ্য কৰি লৈছে। চিপিআইএমৰ জিলা সম্পাদক ভানুলাল সাহাই কয়, ‘বিজেপিয়ে কাক মনোনীত কৰিছে? এইবোৰ পৰিঘটনা তাৰ প্ৰমাণ।’

প্ৰসংগক্ৰমে অহা ৮ আগষ্টত ত্ৰিপুৰাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ১২ আগষ্টত ভোট গণনা কৰা হ’ব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাত ৭০ শতাংশতকৈ অধিক আসনত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে বিজেপিয়ে। ৬,৩৭০খন গ্ৰাম পঞ্চায়তৰ আসনৰ ভিতৰত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৪৫৫০খন আসন লাভ কৰে। ২৩৫খন পঞ্চায়ত সমিতি আৰু ২০খন জিলা পৰিষদৰ আসনত বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰে।

২০১৯ চনৰ ত্ৰিপুৰা পঞ্চায়ত নিৰ্বাচনত গ্ৰাম পঞ্চায়তৰ ৮৬ শতাংশ আসনত বিনা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল বিজেপিৰ প্ৰাৰ্থী। কিন্তু এতিয়া বিজেপি নেতাৰ ঘৰত ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd