• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান: আশ্ৰয় বিচাৰি কাৰ্বি পাহাৰলৈ যাত্ৰা জাকে জাকে বন্যপ্ৰাণীৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 13, 2020 12:09 pm
4 copy~2

ফটো: নৰ্থইষ্ট নাও

15.3k
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ বানে সম্পুৰ্ণৰূপে প্লাৱিত কৰিছে বিশ্বৰ ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

প্লাৱিত ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ বন্যপ্ৰাণীয়ে প্ৰথমটো বানতেই আশ্ৰয় বিচাৰি দক্ষিণৰ কাৰ্বি আংলং জিলাৰ পাহাৰলৈ গতি কৰিছিল।

এইবাৰ দ্বিতীয়তো বানতো পুনৰ জাক জাক পহু আৰু অনান্য বন্যপ্ৰাণীয়ে আশ্ৰয় বিচাৰি পুনৰ দক্ষিণৰ কাৰ্বি পাহাৰলৈ যাত্ৰা আৰম্ভ কৰিছে ৷

ইপিনে, বহু বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ হাইলেণ্ড বোৰত আশ্ৰয় লৈছে ৷

ইয়াৰ বাবে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত থকা এনিমেল কৰিডৰবোৰত নিৰাপত্তা আৰু যানবাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা হাতত লৈছে উদ্যান কৰ্তৃপক্ষই ৷

আনহাতে, যোৱা নিশাৰে পৰা কাজিৰঙাৰ হালধীবাৰী আৰু হাতীখুলি চাহ বাগানৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভালেমান অংশ পানীত ডুব গৈছে ৷

ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২২৩ টা বন শিৱিৰৰ ১৬৬ টা বন শিৱিৰৰ তলেৰে পানী প্ৰবাহিত হৈছে ৷ ইফালে বানপানীৰ বাবে ৭ টা বন শিৱিৰ স্থানান্তৰিত কৰিব লগা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে ৷

বানপানীৰ কৱলত পৰি ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি দক্ষিণলৈ যাব বিচৰা মুঠ ১১ টা পহু গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ বিপৰীতে বানপানীৰ বাবেই ৫ টা খটিয়া পহু, ৩ টা গাহৰি আৰু এটা অতি দুস্পাপ্য দল হৰিণৰ মৃত্যু হৈছে ৷

বনৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে মুঠ ৪৭ টা বন্যপ্ৰাণী ৷ ইয়াৰে ৪১ টা হ’ল খুটিয়া পহু ৷ উদ্ধাৰ কৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা এই ৪৭ টা বন্যপ্ৰাণীৰ ভিতৰৰ ১২ পহুৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে ৷

ইপিনে, কাজিৰঙাৰ পূব সীমাৰ ধনশিৰিমুখত আজি পুৱাও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০০৬ মিটাৰ বৃদ্ধি পাইছে ৷ সম্প্ৰতি ধনশিৰিমুখত জলপৃষ্ঠ বিপদসীমাৰ ওপৰত আছে ৷ ফলত ক্ৰমে জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি ৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd