• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 8:50 pm
68
VIEWS
Share on FacebookShare on Twitter

আজি উচ্ছেদৰ নামত গোৱালপাৰা জিলাৰ পাইকানত এগৰাকী ২০ বছৰীয়া যুৱকক পুলিচে গুলীয়াই হত্যা কৰা ঘটনাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু এয়া বৰ্বৰতা আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শন বুলি অভিহিত কৰিছে।

পুলিচৰ গুলিত নিহত হোৱা যুৱকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণৰ লগতে আহতসকলক উপযুক্ত চিকিৎসা আৰু সাহায্য প্ৰদান কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে।

উচ্ছেদিত পাইকান অঞ্চলত আৰক্ষী বাহিনীয়ে পুলিচৰাজৰ নিদৰ্শন দেখুৱাই এজন যুৱকক হত্যা কৰাৰ উপৰি বহুকেইজনক গুৰুতৰভাৱে আহত কৰিছে। চৰকাৰৰ নিৰ্দেশত আৰক্ষী বাহিনী ইমানেই নিষ্ঠুৰতা দেখুৱাইছে যে মানুহৰ ঘৰৰ ভিতৰলৈ গৈ নিৰীহ মানুহক প্ৰহাৰ কৰিছে। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিৰ্দেশত চলা আৰক্ষী বাহিনীৰ নিষ্ঠুৰ কাণ্ড।

কেৱল ক্ষমতা দখলৰ নামত মুখ্যমন্ত্ৰীজনে গণতন্ত্ৰ আৰু আইনৰ শাসনক ভৰিৰে মোহাৰি পেলাব ওলাইছে। ক্ষমতাত থকাৰ সুযোগলৈ এনেদৰে আইনৰ শাসনক বৃদ্ধাংগুষ্ঠ দেখুৱা কোনোমতেই উচিত নহয়।

গোৱালপাৰাৰ বিস্তৃত অঞ্চলৰ লগতে পাইকানত দীৰ্ঘদিনে বসবাস কৰি থকা হাজাৰ হাজাৰ লোকk কোনো বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰিছে। চৰকাৰে প্ৰতি পদে ভয়ংকৰ মানৱ অধিকাৰ লংঘনত লিপ্ত হৈছে। ডি ৱাই এফ আইয়ে মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলা স্বৈৰাচাৰী শাসন শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে।

Recent News

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd