• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2025 4:40 pm
209
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আইপিএল স্থগিত ৰখাৰ পাছতে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ বাকী থকা মেচসমূহ আয়োজনৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডলৈ প্ৰস্তাৱ আগবঢ়াইছে। ৯ মে’ত ধৰমশালাত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা খেলৰ মাজভাগত বিমান আক্ৰমণৰ সতৰ্কবাণী আৰু ওচৰৰ সামৰিক কাৰ্যকলাপৰ ফলত ব্লেকআউট হোৱাৰ বাবে বিচিচিআইয়ে আইপিএল এসপ্তাহৰ বাবে স্থগিত ৰাখিছিল। এই সিদ্ধান্তৰ মূলতে আছিল ৭ মে’ত ভাৰতৰ অপাৰেচন সিন্দূৰ, পাকিস্তান আৰু পিঅ’কেত সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লোৱা আৰু তাৰ পাছত পাকিস্তানৰ প্ৰতিশোধমূলক আক্ৰমণ।

ইচিবিৰ মুখ্য কাৰ্যবাহী ৰিচাৰ্ড গ’ল্ডে কয় যে, “আমি য’ত পাৰো বিচিচিআইক সহায় কৰিম”। উল্লেখ্য যে, ভাৰতীয় স্থানসমূহ অসুৰক্ষিত বুলি গণ্য হ’লে ইংলেণ্ডে হস্তক্ষেপ কৰিবলৈ ইচ্ছুক হোৱাৰ সংকেত দিয়ে। এই প্ৰস্তাৱত প্লে অফকে ধৰি বাকী ১৬খন মেচ আগষ্ট মাহত ইংলেণ্ডত ভাৰতৰ পাঁচখন টেষ্ট শৃংখলা সমাপ্ত হোৱাৰ পাছত ছেপ্টেম্বৰ মাহত আয়োজন কৰাৰ পৰামৰ্শ দিয়া হৈছে।

স্মৰ্তব্য যে, ইচিবিয়ে প্ৰথমবাৰৰ বাবে এনে অফাৰ দিয়া নাই; ২০২১ চনত ক’ভিড-১৯ মহামাৰীৰ সময়তো একেধৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল যদিও অৱশেষত ইউএইত আইপিএল সম্পূৰ্ণ হৈছিল। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভ’গানেও এই ধাৰণাক সমৰ্থন কৰি এক্সত পৰামৰ্শ দিছিল যে ব্ৰিটেইনত আইপিএল আয়োজন কৰিলে ভাৰতীয় খেলুৱৈসকলে ২০ জুনত আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে থাকিব পাৰিব।

আইপিএল স্থগিত ৰখাৰ বাবে একাংশ খেলুৱৈ লজিষ্টিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, ইতিমধ্যে জোছ বাটলাৰ আৰু জোফ্ৰা আৰ্চাৰকে ধৰি ১০ গৰাকী ইংৰাজ খেলুৱৈয়ে ভাৰত এৰি থৈ গৈছে। বহুতে ৮ মে’ত উৰা মাৰিছিল, আনহাতে আন কিছুমানে অধিক আপডেটৰ বাবে অপেক্ষা কৰিবলৈ ডুবাইলৈ ৰাওনা হৈছিল। ইচিবিৰ এই প্ৰস্তাৱে সম্ভাৱ্য সমাধান প্ৰদান কৰিলেও বিচিচিআইয়ে এতিয়াও পৰৱৰ্তী পদক্ষেপ নিশ্চিত কৰা নাই, যাৰ ফলত চলি থকা ভাৰত-পাক সংঘাতৰ মাজতে আইপিএল ২০২৫ৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd