• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমিব অৰ্থনৈতিক বিকাশৰ গতি! ৬.৩ৰ পৰা ৬.৮ শতাংশৰ ভিতৰত থাকিব পাৰে জিডিপি: অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2025 3:08 pm
113
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদনত ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) হাৰৰ নিম্নগামী ধাৰাৰ ইংগিত দেখা গৈছে। তাত উল্লেখ কৰা হৈছে যে আগন্তুক বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ ৬.৩ৰ পৰা ৬.৮ শতাংশৰ ভিতৰত উঠা-নমা কৰিব। প্ৰতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে অহা বছৰো অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ হ’ব পাৰে।

১ ফেব্ৰুৱাৰী শনিবাৰে সংসদত বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইয়াৰ ঠিক এদিন পূৰ্বে কেন্দ্ৰই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন প্ৰকাশ কৰিলে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে দেশৰ অৰ্থনীতিৰ মৌলিক দিশবোৰ শক্তিশালী হৈয়ে আছে। বিদেশী মুদ্ৰাৰ মজুতও যথেষ্ট ভৰপূৰ। বিত্তীয় একত্ৰীকৰণ আৰু সুস্থিৰ ব্যক্তিগত ব্যয় দেখা গৈছে। এই ভাৰসাম্য বজাই ৰাখি ২০২৬ বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ ৬.৩ৰ পৰা ৬.৮ শতাংশ বুলি অনুমান কৰা হৈছে।

ইয়াৰ উপৰিও অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদনত ঔদ্যোগিক খণ্ডত উৎপাদন হ্ৰাস পোৱাৰ বাতৰি প্ৰকাশ পাইছে। বিশ্লেষকসকলে ইয়াৰ বাবে বিশ্বজুৰি দুৰ্বল চাহিদা আৰু বতৰৰ খামখেয়ালিকে দোষাৰোপ কৰে।

অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ‘‘ ঘৰুৱা চাহিদাৰ সুস্থিৰতাৰ বাবে ব্যক্তিগত ব্যয় বিশেষ বৃদ্ধি হোৱা নাই। কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত চাহিদা হ্ৰাস পোৱাৰ বাবে উৎপাদনৰ সূচক হ্ৰাস পাইছে।’’

কিন্তু অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদনত স্বীকাৰ কৰা হৈছে যে শেহতীয়াকৈ খাদ্যৰ মুদ্ৰাস্ফীতি যথেষ্ট চিন্তনীয় হৈ পৰিছে। ২০২৫ বিত্তীয় বৰ্ষৰ শেষৰ তিনিমাহত ই হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। বিশ্লেষকসকলৰ মতে খাৰিফ শস্য বজাৰত উপস্থিত হ’লে পাচলিৰ দাম হ্ৰাস পাব।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd