• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুললৈ চমনঃ প্ৰতিবাদ কৰিবলৈ আহি আটক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ বহু জন

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
June 13, 2022 12:50 pm
174
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবাদ কৰিবলৈ আহি আটক বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ সাংসদ আব্দুল খালেক আৰু বিধায়ক জাকিৰ হুছেইন চিকদাৰ

সোমবাৰে ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছ দলৰ শীর্ষ নেতা ৰাহুল গান্ধীক আক্রোশমূলকভাৱে এনফ’ৰ্টমেণ্ট ডিৰেক্টৰেটে দিল্লীৰ কাৰ্যালয়ত ১৩ জুন তাৰিখে উপস্থিত হ’বলৈ চমন জাৰি কৰাৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল যাত্ৰা আৰম্ভ কৰিছিল।

প্ৰতিবাদ কৰিবলৈ আহোতেই অসম আৰক্ষীয়ে আটক কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ সাংসদ আব্দুল খালেক আৰু বিধায়ক জাকিৰ হুছেইন চিকদাৰক।

আটক হোৱাৰ পাছতেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় “বিজেপি চৰকাৰখনে গণতন্ত্ৰক ভৰিৰে মোহাৰিছে। ড° হিমন্ত বিশ্ব শৰ্মাই পুলিচক লাইচেঞ্চ দিছে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবলৈ। আমাক ভঙাগড়ৰ ফ্লাই অভাৰৰ ওচৰৰ পৰাই আটক কৰিছে। মনে সজা গোচৰত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক চমন জাৰি কৰিছে ,যিটো গোচৰৰ বাবে ২০১৫ চনতেই ক্লীনশ্বিট প্ৰদান কৰিছিল ইডিয়ে।”

Recent News

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd