• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে পালন পৱিত্ৰ ঈদ-উদ-জোহা

পিনাকী দাস by পিনাকী দাস
August 22, 2018 12:56 pm
eid-tripura
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাতো উলহ মালহেৰে ৰাতিপুৱা ঠিক ৮.৩০ বজাতে সমূহীয়া নামাজত অংশ লৈ ইচলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পবিত্ৰ ঈদ-উদ-জোহা।

উল্লেখ্য যে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইচলাম ধৰ্মৰ লোকসকলে সমাজৰ শান্তি-সমৃদ্ধিৰ অৰ্থে ঈদ-উদ-জোহা উপলক্ষে আল্লাহৰ দোৱা বিচাৰি প্ৰাৰ্থনা জনায়।

আগৰতলাত আয়োজিত সমূহীয়া নামাজত জম্মু আৰু কাশ্মীৰৰ এজন লোকে অংশ লৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে জন্মভূমিৰ পৰা বহু আঁতৰত ত্ৰিপুৰাত ঈদ-উদ-জোহা পালন কৰি বহু সুখী। তেওঁ লগতে ত্ৰিপুৰাখন শান্তিপূৰ্ণ ঠাই বুলিও অভিহিত কৰে।

উল্লেখ্য যে জম্মু আৰু কাশ্মীৰত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ থাকে কাৰণে জম্মু আৰু কাশ্মীৰত অইন ৰাজ্য বিলাকৰ দৰে সমূহীয়া নামাজৰ বিপৰীতে প্ৰশাসনে কেৱল মহজিদতহে নামাজ পঢ়াৰ অনুমতি দিয়ে।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত একে অনুভৱ ব্যক্ত কৰিছে উত্তৰ প্ৰদেশৰ পৰা বন্ধু বৰ্গৰ সৈতে ত্ৰিপুৰাত ঈদ-উদ-জোহা পালন কৰা মহম্মদ চেৰফাট নামৰ এজন লোকে।

ব্যক্তিগৰাকীয়ে কয় যে পৰিয়ালৰ পৰা আঁতৰত থাকি এইদৰে ঈদ উদযাপন কৰিবলগীয়া হোৱাত মনত অলপ দুখ আছে যদিও ত্ৰিপুৰাৰ মৰমীয়াল লোকলকলৰ লগত শান্তিপূৰ্ণভাৱে পৱিত্ৰ ঈদ উদযাপন কৰি আনন্দও অনুভৱ হৈছে।

উল্লেখ্য আজি ইচলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ কোৰাণৰ অনুসৰি আজি ইচলাম ধৰ্মালম্বী লোকসকলে নিজৰ সাধ্য অনুযায়ী যিকোনো পশু কুৰ্বানী দি তাৰ মাংস দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰাৰ পৰাম্পৰা আছে। তাৰোপৰি আজিৰ এই পৱিত্ৰ দিনটোতে বিভিন্নজনে অনাথ আশ্ৰম তথা বৃদ্ধাশ্ৰম সমূহত বিভিন্ন ধৰণে সহায়-সহযোগিতাৰ লগতে আৰ্থিক অনুদান আগবঢ়োৱাৰ নিদৰ্শন পোৱা যায়।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd