• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাতংকৰ মাজতে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল পেৰিছৰ আইফেল টাৱাৰ : চিন্তিত WHO

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2020 10:31 am
160624014910-eiffel-tower-trocadero-large-169

পেৰিছৰ আইফেল টাৱাৰ; ফ'টো-চি এন এন

6.1k
VIEWS
Share on FacebookShare on Twitter

ইউৰোপত ক্ৰমশঃ হ্ৰাস পাইছে নেকি ক’ৰ’নাৰ সংক্ৰমণ?

বিগত এক মাহ ধৰি ইউৰোপত ক’ৰ’নাৰ সংক্ৰমণৰ ঘটনা কমিছে বুলি বাতৰি প্ৰকাশ পাইছে।

অৱশ্যে ব্ৰিটেইনত এতিয়াও অব্যাহত আছে ক’ৰ’নাতংক।

ইউৰোপৰ এখন অন্যতম প্ৰধান ৰাষ্ট্ৰ ব্ৰিটেইনত যোৱা দুদিনত ক্ৰমে ১৫৪ আৰু ১৪৯ গৰাকী ক’ৰ’নাক্ৰান্তৰ মৃত্যু হোৱাৰো খবৰ আহিছে।

ইপিনে সমগ্ৰ বিশ্বত আক্ৰান্ত সংখ্যাই ৯৬ লাখ চুইছেগৈ।

ইউৰোপত ক’ৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা দেশসমূহত যাতে নতুনকৈ আকৌ সংক্ৰমণ নহয় তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ বাৰে বাৰে সতৰ্ক কৰি দিছে ইউৰোপৰ দেশসমূহক।

ইফালে ইউৰোপৰ কিছুমান দেশে সংক্ৰমণৰ মাত্ৰা কমি যোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰা দেখা গৈছে।

এই ক্ষেত্ৰতো WHOএ সতৰ্ক কৰি আহিছে ইউৰোপৰ দেশসমূহক।

WHOৰ মতে আনলকৰ সময়ত সাৱধান নহ’লে আকৌ ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব লাগিব গোটেই বিশ্ব।

“১১খন দেশত সংক্ৰমণ অত্যধিক হাৰত বৃদ্ধি ঘটিছে।” ক’ৰ’নাতংকৰ ভয়াৱতাৰ বিষয়ে এইদৰে কয় WHOৰ আঞ্চলিক অধিৰ্কতা হান্স হেনৰি ক্ল’জে।

উল্লেখ্য যে,  ফ্ৰান্সত কোভিড১৯ সংক্ৰমণ হ্ৰাস হোৱাৰ ফলত তিনি মাহৰ পিছত আইফেল টাৱাৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।

আনহাতে অহা ৪ জুলাইৰ পৰা ব্ৰিটেইনৰ পাবসমূহো খোলাৰ কথা।

ইয়াকেলৈ বিশ্ব স্বাস্থ্য সংস্থা(WHO)চিন্তিত হৈ পৰিছে।

Tags: COVID-19

Recent News

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd